শীর্ষ সংবাদ

ব্যক্তিগতকৰণৰ দৌৰ: আন এটা ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে সাজু হৈছে চৰকাৰ

অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় সম্পদৰ বেচৰকাৰীকৰণৰ দৌৰ। এইবাৰ এটা ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে আগবাঢ়িছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ। কেন্দ্ৰৰ...

Read moreDetails

শালকোচা আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে ছাগলী কঢ়িওৱা বাহন

চোৰাং গৰু নহয়, এইবাৰ ছাগলী কঢ়িওৱা বাহন খেদি খেদি জব্দ কৰিলে শালকোচা আৰক্ষীয়ে। শালকোচা আৰক্ষীয়ে আলমগঞ্জৰ পৰা গুৱাহাটীমুৱা এ,এছ ১৭...

Read moreDetails

মহানগৰীত মৃত্যুৰ সৈতে যুঁজিছে অগ্নিদগ্ধ বোৱাৰীয়ে,স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

খ্ৰীষ্টানবস্তিৰ নিজ বাসগৃহত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ নিকিতা আগৰৱালা খেমকা নামৰ এগৰাকী বোৱাৰী। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা। দীৰ্ঘদিন ধৰি...

Read moreDetails

অনুষ্ঠানৰ ছেটটেই ধৰ্ষণৰ বলি বিবিচিৰ মহিলা কৰ্মী! অভিযোগক লৈ চাঞ্চল্য

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ এগৰাকী মহিলা কৰ্মী অনুষ্ঠানৰ ছেটটেই ধৰ্ষণৰ বলি হোৱাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ষ্টেছি ডুলিৰ ৰন্ধন প্ৰকৰণৰ...

Read moreDetails

তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা,একেটা পৰিয়ালৰ তিনিগৰাকী লোক গুৰুতৰ ভাৱে আহত

তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা ৷ তামুলপুৰ জিলা সদৰৰ তামুলপুৰ - নাগ্ৰীজুলি -ওদালগুৰি পথৰ সৌৰাগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ পথ...

Read moreDetails

ধ্বংসৰ গৰাহত উত্তৰ-পূবৰ প্ৰথমটো ক্লক টাৱাৰ; কাৰ হেমাহিৰ বাবে আজি এই অৱস্থা?

দেৱালয়, মঠ-মন্দিৰকে আদি কৰি চাহ বাগিছাৰ বাবে পৰ্যটনৰ মান চিত্ৰত প্ৰসিদ্ধ এই বিশ্বনাথ। জিলাখনৰ সদৰ হিচাপেও সকলোৰে জনাজাত বিশ্বনাথ চাৰিআলি।...

Read moreDetails

পিছুৱাই দিয়া হ’ল এইবাৰৰ NEET-PG পৰীক্ষা; মানি ল’লে বহু MBBS ইন্টাৰ্ণৰ দাবী!

মেডিকেলৰ স্নাতকোত্তৰত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা-ও-প্ৰৱেশ পৰীক্ষা অৰ্থাৎ NEET-PG-২০২২ স্থগিত ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। NEET-PG পৰীক্ষা স্থগিত ৰখাৰ...

Read moreDetails

মৰ্মান্তিক! পুনেত নিৰ্মীয়মান অট্টালিকাৰ শ্লেব ভাঙি পৰি নিদ্ৰাৰত ৬জন শ্ৰমিকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাত ৬জনকৈ শ্ৰমিকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। শ্ৰমিককেইজন নিৰ্মীয়মান অট্টালিকাটোৰ তলত শুই আছিল। নিদ্ৰাৰত...

Read moreDetails

Covid-19 Update: বিদায় লৈছে তৃতীয় ঢৌৱে! দেশত নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; মৃত্যুক লৈ উদ্বেগ

দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ নিম্নগামী হৈ আহিছে যদিও মৃত্যুৰ সংখ্যাই উদ্বেগ অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে...

Read moreDetails

বিধানসভা নির্বাচনৰ পূর্বে বালি সৰবৰাহ গোচৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ভতিজাকক গ্ৰেপ্তাৰ ইডিৰ

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আৰু মাত্ৰ কেইদিনমান থকা অৱস্থাতে পঞ্জাৱত কংগ্ৰেছৰ বাবে অস্বস্তি কঢ়িয়াই আনিছে এক ঘটনাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰনজিৎ...

Read moreDetails
Page 2829 of 5980 1 … 2,828 2,829 2,830 … 5,980

Stay Connected

Recent News