শীর্ষ সংবাদ

লিডুত উলংগ অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু বৰুৱাঘাটত শনিবাৰে উদ্ধাৰ হয় এজন প্ৰায় ৩২ বছৰীয়া যুৱকৰ মৃতদেহ। পুৱাই এই খবৰ...

Read moreDetails

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বাসগৃহ

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাৰ ২নং লাইনত কালি পুৱতি নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বাসিন্দা মৌচুমী...

Read moreDetails

ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল শিক্ষক

অসমৰ ফিল’বাৰীৰ শিক্ষয়ত্ৰীক অপমানৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাই থকাৰ মাজতে এজন শিক্ষকৰ নিৰ্দয়তাই বাতৰিৰ শিৰোনাম দখল কৰিছে। অৱশ্যে এই ঘটনাৰ...

Read moreDetails

অষ্টম বাৰৰ বাবে ছাফ(SAFF) চেম্পিয়নশ্বিপৰ খিতাপ নিজৰ দখলত ৰাখিলে ভাৰতে

ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে সুখবৰ! নেপালক ৩-০ ব্যৱধানত পৰাস্ত কৰি অষ্টম বাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপত বিজয়ৰ হাঁহি মাৰিলে ভাৰতে। অধিনায়ক...

Read moreDetails

আন এক বিশ্বযুদ্ধৰ ৰণডংকা! আজিৰ পৰা আৰম্ভ হ’ব টি-২০ মহাৰণ

আজিৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ আটাইতকৈ চমু সংস্কৰণ টি-২০ ক্ৰিকেটৰ বিশ্বকাপ। বিশ্ব জয়ৰ লক্ষ্যৰে ক্ৰিকেট ফিল্ডত সমুখ সমৰত লিপ্ত হ’ব...

Read moreDetails

অন্ত পৰিল দুৰ্গোৎসৱৰ, বহলপুৰ চম্পাৱতী নৈত ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱীক

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাধিন বহলপুৰ (পাতালপুৰ) মহামায়া মন্দিৰৰ নিকট দুই ফালে পাহাৰৰ আকৰ্ষণীয় পৰিবেশৰ মাজেৰে চিৰ প্ৰবাহমান চম্পাৱতী...

Read moreDetails

পুখুৰীত গা-ধুবলৈ গৈ ঘটিল অঘটন! শালকোচাত কিশোৰৰ সলিল সমাধি

এটি সপোন দিঠকত পৰিণত হোৱাৰ পূৰ্বেই হেৰাই গ’ল! ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে ১৭বছৰীয়া কিশোৰ জনে প্ৰতিদিনে কৰি আছিল কঠোৰ...

Read moreDetails

আলফা (স্বাঃ) দুৰ্ধষ কেডাৰ কেপ্তেইন হিমালয় অসমক সেনা-আৰক্ষীৰ অভিযানত জাগুন টিংকুপানী সংৰক্ষিত বনাঞ্চলত গ্ৰেপ্তাৰ

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চল সমূহত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। আজি অসম আৰক্ষী আৰু ১৯ নং আসাম ৰাইফলছৰ...

Read moreDetails

মূল্যবৃদ্ধিৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰীক মুকলি বিতৰ্কলৈ প্ৰত্যাহ্বান ৰিপুণ বৰাৰ

ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ জেষ্ঠ নেতা ৰিপুণ বৰাই। “কাৰ...

Read moreDetails

সিংঘু সীমান্তৰ নৃশংস হত্যাকাণ্ডৰ গোচৰত এজনক গ্ৰেপ্তাৰ

সিংগু সীমান্তৰ কৃষক প্ৰতিবাদস্থলীত এজন ৩৫ বছৰীয়া ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰাৰ এদিন পিছত আৰক্ষীয়ে শনিবাৰে সৰ্বজিৎ সিঙ নামৰ এজন নিহাং...

Read moreDetails
Page 3106 of 5993 1 … 3,105 3,106 3,107 … 5,993

Stay Connected

Recent News