শীর্ষ সংবাদ

নিৰ্বাচন শেষ হোৱাৰ লগে লগে অসমকে ধৰি ৫খন ৰাজ্যৰ পৰা আদৰ্শ আচৰণ বিধি প্ৰত্যাহাৰ আয়োগৰ

এমাহতকৈও অধিক সময়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত অৱশেষত অসমকে ধৰি পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আদৰ্শ আচৰণ বিধি বা...

Read moreDetails

তামিলনাডুত আৰম্ভ ‘হৰ্ছ ট্ৰেডিং’? ৰিজ’ৰ্টত বন্দী ২৫ জনতকৈ অধিক বিধায়ক, কোনে বিচাৰে কিনিব?

তামিলনাডুত আৰম্ভ ৰিজ’ৰ্টৰ ৰাজনীতি। চৰকাৰ গঠনক লৈ অনিশ্চয়তা অব্যাহত আছে। দল সলনিৰ আশংকাত বুধবাৰে ২৫ জনতকৈ অধিক এআইএডিএমকে বিধায়কক চুবুৰীয়া...

Read moreDetails

ট্ৰাম্পৰ নতি স্বীকাৰ? ইৰাণত সামৰিক অভিযান বন্ধ কৰাৰ কথা ঘোষণা আমেৰিকাৰ

অৱশেষত ‘ছুপাৰপাৱাৰ’ আমেৰিকাই ইৰাণৰ পৰা টালি-টোপোলা বান্ধিবলৈ বাধ্য হ’ল? হোয়াইট হাউছৰ পৰা অহা দুটা ঘোষণাত সেইটোৱেই ইংগিত পোৱা গৈছে। প্ৰথম...

Read moreDetails

কাৰ্বি আংলং: টকা আৰু প্ৰশাসনিক শক্তিৰ আগত অদৃশ্য হৈ পৰিল জনজাতিৰ সমস্যা

তুলিৰাম ৰংহাং। হিমন্ত বিশ্ব শৰ্মাৰ এ.টি.এম। কাৰ্বি আংলংৰ ৰাস্তা - ঘাট এবাৰ ঘূৰিলেই গম পোৱা যায় তুলিৰাম ৰংহাং কিমান দুৰ্নীতিৰ...

Read moreDetails

পশ্চিমবংগত নিৰ্বাচনী হিংসা অব্যাহত:  সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা চলি আছে। বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰী আৰু...

Read moreDetails

ৰাহুল গান্ধীৰ সহকাৰীৰ নাম লৈ নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে ২৫ লাখ টকাৰ প্ৰৱঞ্চনা

উত্তৰাখণ্ডৰ ডেৰাডুনত এগৰাকী মহিলাক ৰাহুল গান্ধীৰ সহকাৰী পৰিচয় দি নিৰ্বাচনী টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা লুট কৰা এক চাঞ্চল্যকৰ...

Read moreDetails

পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ ভয়ংকৰ ৰূপ: শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কলৈ গুলীচালনা, থিতাতে মৃত্যু

পশ্চিমবংগত নিৰ্বাচন পৰৱৰ্তী হিংসাই এতিয়া চৰম সীমা অতিক্ৰম কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অশান্তি অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা এক অতি...

Read moreDetails

দহ বছৰীয়া নাবালিকাক যৌ*ন নিৰ্যাতন: চেন্নাইত গ্ৰেপ্তাৰ থালাপতি বিজয়ৰ সতীৰ্থ

চেন্নাইত এগৰাকী দহ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী ৪৩ বছৰীয়া ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত ব্যক্তিজনৰ নাম দীনেশ...

Read moreDetails

এবাৰ দুবাৰ নহয়, ৯ বাৰ বিয়া পাতি ধন-সম্পত্তি লৈ উধাও এই মহিলা

অবিবাহিত যুৱকসকলক লক্ষ্য কৰি বিয়াৰ নামত প্ৰৱঞ্চনা কৰা এটা ডাঙৰ চক্ৰৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ বীড জিলাত সংঘটিত এই...

Read moreDetails

গৰিমা গাৰ্গক প্ৰাণে মৰাৰ ভাবুকি; ভাইৰেল পোষ্টত হিমন্ত মামা জিন্দাবাদ

এজন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্ৰাণৰ ভাবুকি দি এক তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। বাসুদেৱ কলিতা...

Read moreDetails
Page 327 of 6012 1 … 326 327 328 … 6,012

Stay Connected

Recent News