শীর্ষ সংবাদ

ক’ভিড পৰিস্থিতিৰ বাবে গভীৰ সংকটত পৰা বাছ মালিকসকলক চৰকাৰৰ ৰাম টাঙোন

সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়ত বন্ধৰ বাবে পানীত হাঁহ নচৰা অৱস্থা এতিয়া ৰাজ্যৰ হাজাৰ হাজৰ বাছ মালিক আৰু কৰ্মচাৰীৰ। তাৰ...

Read moreDetails

এমাহত হোৱাটছ এপে বন্ধ কৰিলে ২০ লাখ ভাৰতীয় একাউণ্ট

নতুন তথ্য-প্ৰযুক্তি আইনকলৈ ভাৰত চৰকাৰৰ সৈতে হোৱাটছ এপ কৰ্তৃপক্ষৰ সংঘাত তীব্ৰতৰ হৈ উঠাৰ মাজতে হোৱাটছ এপে প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ...

Read moreDetails

দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ আৰু নিম্নগামী; হ্ৰাস পালে মৃত্যুৰ সংখ্যাও

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত পুনৰ সংক্ৰমণৰ গতি নিম্নগামী হোৱা দেখা গ’ল। সেইদৰে হ্ৰাস পালে দৈনিক...

Read moreDetails

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান; এসপ্তাহত ১০০ কেজিতকৈয়ো অধিক গাঞ্জা জব্দ

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চি নিম্বালকাৰৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। জিলাখনত মহামাৰীৰূপী ড্ৰাগছৰ ওপৰত অভিযান চলাই...

Read moreDetails

ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা পুনৰ উত্থাপিত হ’ল টাই আহোমক জনজাতিকৰণৰ দাবী

ৰাজ্যত পুনৰ টাই আহোমসকলক জনজাতিকৰণৰ দাবী উত্থাপিত হৈছে। টাই আহোম যুৱ পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা...

Read moreDetails

এইবাৰ আলুৰ বস্তাৰ লগত ওলাল সুৰা; আবকাৰী বিভাগৰ অভিযানত জব্দ ২০০ কাৰ্টন সুৰা

অব্যাহত আছে বিশ্বনাথ জিলা আবকাৰী বিভাগৰ ধাৰাবাহিক অভিযান। বৃহস্পতিবাৰে নিশা বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ হৈছে ২০০ কাৰ্টন অৰুণাচলী...

Read moreDetails

মৰ্মান্তিক! শিশু কন্যাক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাত পৰিল ৪০জন লোক; মৃত কমেও ৪জন

এটা গভীৰ কুঁৱাত একেলগে পৰিল ৪০ জনকৈ লোক। মধ্য প্ৰদেশৰ বিদিশা জিলাৰ বাছোদা অঞ্চলত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। ঘটনা...

Read moreDetails

ভেকচিনক লৈ উত্তপ্ত অসম বিধানসভা; বিয়লি ৩বজালৈ স্থগিত সদন

অসম বিধানসভাৰ আজি পঞ্চমটো দিনত পুৱা প্ৰশ্নোত্তৰ কালত কোভিডৰ ভেকচিনৰ প্ৰসংগ লৈ সদন উত্তপ্ত হৈ পৰে। বিধানসভাত বিৰোধী দলপতি দেবব্ৰত...

Read moreDetails

ভুৱা তথ্য দাখিল! এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰি বিপদত বিধায়ক ফণীভূষণ চৌধুৰী

অগপৰ জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী তথা বঙাইগাঁওৰ বিধায়ক ফণীভূষণ চৌধুৰী এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰিছে৷ নির্বাচন আয়োগত ভুৱা তথ্য দিয়াৰ অভিযোগত...

Read moreDetails

গোলাঘাট জিলাত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা; ক’ত ক’ত দিলে ৰেহাই? ২৪ ঘণ্টাই থাকিব সান্ধ্য আইন

গোলাঘাট জিলাত ক'ভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনত পূৰ্বৰ...

Read moreDetails
Page 3273 of 6001 1 … 3,272 3,273 3,274 … 6,001

Stay Connected

Recent News