• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা তথ্য দাখিল! এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰি বিপদত বিধায়ক ফণীভূষণ চৌধুৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2021 9:51 am
WhatsApp-Image-2020-04-04-at-11.43.49-AM-750x375

ফনী ভূষণ চৌধুৰী। ফাইল ফটো।

304
VIEWS
Share on FacebookShare on Twitter

অগপৰ জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী তথা বঙাইগাঁওৰ বিধায়ক ফণীভূষণ চৌধুৰী এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰিছে৷ নির্বাচন আয়োগত ভুৱা তথ্য দিয়াৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়কজনলৈ জাৰি কৰিছে কাৰণ দশোর্ৱাৰ জাননী।

নিৰ্বাচন আয়োগক ভুৱা তথ্য দিয়াৰ এক গোচৰত গুৱাহাটী উচচ ন্যায়ালয়ে  ফণীভূষণ চৌধুৰীক কিয় তেওঁৰ বিধায়ক পদ খাৰিজ কৰা নহ’ব, তাৰ উত্তৰ বিচাৰি কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰিছে।

প্রায় দহ বছৰ পূর্বে কৃষক সন্মান নিধিৰ ধন আত্মসাৎ সন্দর্ভত বঙাইগাঁও থানাত বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু হৈছিল৷

বিধায়ক ফণীভূষণ চৌধুৰীৰ লগতে আন ৮জন লোকৰ বিৰুদ্ধেও এই গোচৰ ৰুজু হৈছিল৷ কিন্তু শেহতীয়া বিধানসভা নির্বাচনত নির্বাচন আয়োগত তেওঁ দাখিল কৰা শপতনামাত এই গোচৰটোৰ কথা তেওঁ উল্লেখ কৰা নাছিল।

ইয়াৰ দ্বাৰা তেওঁ তথ্য লুকুওৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

যোৱাটো নির্বাচনত চৌধুৰীয়ে নিৰ্বাচন আয়োগক ভুৱা শপতনামা দাখিল কৰি আইন উলংঘা কৰা সন্দৰ্ভত গুৱাহাটী উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ কংগ্রেছ নেতা শংকৰ প্রসাদ ৰায়৷

শংকৰ প্রসাদ ৰায়ে তৰা গোচৰৰ ভিত্তিত হোৱা শুনানিত বৃহস্পতিবাৰে ন্যায়ালয়খনে বিধায়কজনলৈ কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰে৷

ন্যায়ালয়ে তেওঁৰ বিধায়ক পদ কি কাৰণে খাৰিজ কৰা নহ’ব তাৰ উত্তৰ দুসপ্তাহৰ ভিতৰত দিব লাগিব বিধায়ক ফণীভূষণ চৌধুৰীয়ে।

সেই অনুসৰি, কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ অহা ২৩ আগষ্টৰ ভিতৰত দিবলৈ বিধায়ক গৰাকীক আদালতে নির্দেশ দিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd