ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত ২০ শতাংশ বিদ্যালয়ে পাইছে এ’+ গ্ৰে’ড। গুৱাহাটীত আজি সংবাদমেলযোগে এই ফলাফল ঘোষণা কৰি...
Read moreDetailsএমেৰিকালৈ ৮০ মেট্ৰিক টন মম (wax) ৰপ্তানি কৰিলে নুমলীগড় শোধনাগাৰে। মঙলবাৰে এই ৰপ্তানিৰ যোগেদি উত্তৰ এমেৰিকাৰ বজাৰত প্ৰৱেশ কৰা নুমলীগড়...
Read moreDetailsদুৰ্নীতিবিধ্বস্ত অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে ধ্ৰুৱজ্যোতি হাজৰিকাক। নৱ নিযুক্ত অধ্যক্ষ হাজৰিকা ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া।...
Read moreDetailsছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ ৰবীন বৰুৱা নামৰ এজন শিক্ষকে। ডিব্ৰুগড়ৰ এখন...
Read moreDetails২৮ ফেব্ৰুৱাৰি অর্থাৎ কাইলৈ বিশিষ্ট সাহিত্যিক ড০ আনন্দ বৰমুদৈক প্ৰদান কৰা হ’ব ‘যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক সমালোচনামূলক সাহিত্য-সাংবাদিকতা বটাঁ-২০১৭’। এই...
Read moreDetailsঅসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আভিযান্ত্ৰিক মহাবিদ্যালয় শিক্ষক সংস্থা, মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু অসম আভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে...
Read moreDetailsচাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম...
Read moreDetailsশক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে ধনশিৰি চাহ বাগিচাত পুনৰ দুটাকৈ হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি...
Read moreDetailsমণিপুৰৰ মুখ্য সচিব আৰ আৰ ৰশ্মিয়ে সোমবাৰে পুব ইম্ফলত অৱস্থিত ইবইমা শ্বুমাং লীলা শ্বাংলেন ৰাজপ্ৰাসাদৰ চৌহদত কৃষক সকলৰ উদ্দেশ্যে ৰাজ্যিক...
Read moreDetailsচুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ মাজতে এক বিস্ফোৰণে কঁপাই তুলিছে নাগালেণ্ডক। স্থানীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd