DMCA.com Protection Status

শীর্ষ সংবাদ

নামভৰ্তিৰ বাবে সাজু RSS-ৰ সৈনিক স্কুল; নিৰ্মাণ আৰু পৰিকল্পনা সম্পূৰ্ণ

বিজেপিৰ আধাৰ সংগঠন আৰ এছ এছে দেশত এপ্ৰিলৰ পৰা ইয়াৰ প্ৰথমখন সৈনিক বিদ্যায়লত শিক্ষাৰ্থীৰ নামভৰ্তি আৰম্ভ কৰিব। উত্তৰ প্ৰদেশৰ বুলন্দচহৰ...

Read more

৭ ফেব্ৰুৱাৰিত হ’ব বড়ো চুক্তি উদযাপন অনুষ্ঠান; উপস্থিত থাকিব প্ৰধান মন্ত্ৰী মোদী

আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই...

Read more

অমিত শ্বাহ, মুখ্য মন্ত্ৰী সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰিত হ’ল বড়ো চুক্তি

সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই...

Read more

TVS য়ে মুকলি কৰিলে ইয়াৰ প্ৰথমখন ইলেকট্ৰিক স্কুটাৰ; চাওক ইয়াৰ মূল্য

বাজাজৰ পাছত এইবাৰ TVS মটৰ্ছেও ইলেকট্ৰিক দুচকীয়া বাহন বজাৰত মুকলি কৰিলে। TVS য়ে বেংগলুৰুত শনিবাৰে এই  ই-স্কুটাৰখন মুকলি কৰে। এই...

Read more

আজি স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি; পূৰ্বৰ দুখন চুক্তিৰ ম্যাদ থাকিবনে?

সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এন ডি এফ বি, এবছুকে ধৰি বড়ো নেতৃত্বৰ সৈতে এখন চুক্তি...

Read more

দিল্লীক এন এছ চি এন (আই এম)ৰ সকীয়নি: যুদ্ধ বিৰতি প্ৰত্যাহাৰ,’হিংসাত্মক’ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ ভাবুকি

তেইশ বছৰীয়া শান্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ কৰাৰ সময়তে এন এছ চি এন (আই এম)য়ে দিল্লীক কঠওৰ সকীয়নি দি কৈছে,”এন আই এ’ৰ...

Read more

ভাৰতত থাকিলে নোবেল বঁটা নাপালোহেঁতেন : অভিজিৎ বেনাৰ্জীৰ বিস্ফোৰণ

২০১৯ বৰ্ষত অৰ্থনীতিৰ নোবেল বঁটা প্ৰাপক অভিজিৎ বেনাৰ্জীয়ে গণতন্ত্ৰ দিৱসৰ দিনাই কৰা এক মন্তব্যই সৰৱ চৰ্চা লাভ কৰিছে। দেশৰ ৭১তম...

Read more

CAAৰ দ্বাৰা কেন্দ্ৰই জিন্নাৰ যুক্তিকে কঢ়িয়াই আনিছে: শশী থাৰুৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ সাংসদ শশী থাৰুৰে দেওবাৰে কয় যে CAAৰ দ্বাৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মহম্মদ আলী...

Read more
Page 3305 of 4374 1 3,304 3,305 3,306 4,374

Recent News