শীর্ষ সংবাদ

অৰুণাচল প্ৰদেশত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ১০,০২০ গৰাকীলৈ বৃদ্ধি

অৰুণাচল প্ৰদেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যাই ১০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২২৪ গৰাকী ব্যক্তিৰ...

Read moreDetails

ড্ৰাগছ কাণ্ডত ১০ বছৰ জে’ল হ’ব পাৰে বলীউদ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ ঘটনা পোহৰলৈ আহিছে। ড্ৰাগছৰ গোচৰৰ তদন্তত এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তী...

Read moreDetails

অৰুণাচল প্ৰদেশ ভাৰতৰেই অংশ; চীনক সকীয়াই ভাৰতক সমৰ্থন আমেৰিকাৰ

অৰুণাচল প্ৰদেশ সম্পূৰ্ণ ভাৰতৰ অংশ বুলি ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰই। বৃহস্পতিবাৰে ৱাশ্বিংটনে সেই কথা স্পষ্ট কৰি দিলে। ভাৰতৰ কাষত থিয় হৈ...

Read moreDetails

হাথৰাছৰ ঘটনাত হাইকোৰ্টে ল’লে নিজা উদ্যোগ; বিষয়াসকলক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ

উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী যুৱতীক ধৰ্ষণ কৰি নিষ্ঠুৰভাৱে হত্যা কৰা ঘটনাৰ এলাহাবাদ হাইকোৰ্টৰ লক্ষ্ণৌ বেঞ্চে ন্যায় দিয়াৰ বাবে নিজাকৈ উদ্যোগ...

Read moreDetails

কিংছ ইলেভেন পঞ্জাৱক ৪৮ৰাণত হৰুৱাই জয়ী মুম্বাই ইণ্ডিয়ানছ

প্ৰথমে বেটিং কৰি আৰম্ভণিতে কিছু শলঠেকত পৰিলেও পাছলৈ আক্ৰমণাত্মক খেলি মুম্বাই ইণ্ডিয়ানছে বৃহস্পতিবাৰে খেলোৱা আইপিএলৰ এখন মেচত কিংছ ইলেভেন পঞ্জাৱৰ...

Read moreDetails

ৰাহুল গান্ধীক আৰক্ষীৰ আতিশয্য: প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ যুৱ কংগ্ৰেছৰ

উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ ওপৰত আৰক্ষীয়ে আতিশয্য চলোৱাৰ অভিযোগত মাৰ্ঘেৰিটাৰ লেখাপানীত যুৱ কংগ্রেছে বৃহস্পতিবাৰে সন্ধিয়া প্রায় ৯ বজাত প্রতিবাদ সাব্যস্ত...

Read moreDetails

অসমত ১৯০৪ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩৪,১৬৩

আৰু ১৯০৪গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যা...

Read moreDetails

অসমত ১৫৮৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.৯৮ শতাংশ

১৫৮৫গৰাকী ব্যক্তি বৃহস্পতিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৩৯,৭৮০টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত...

Read moreDetails

অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭১১লৈ বৃদ্ধি

আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে বৃহস্পতিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭১১লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত...

Read moreDetails

শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ; এটা গোচৰত জামিন বাকী

শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ। আজি NIA ৰ দ্বিতীয়টো গোচৰ ০১/২০২০...

Read moreDetails
Page 3379 of 5251 1 3,378 3,379 3,380 5,251

Stay Connected

Recent News