• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাথৰাছৰ ঘটনাত হাইকোৰ্টে ল’লে নিজা উদ্যোগ; বিষয়াসকলক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 2, 2020 8:37 am

2 min read

hathras-case_1601535805

হাথৰাছত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ছবি।

188
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী যুৱতীক ধৰ্ষণ কৰি নিষ্ঠুৰভাৱে হত্যা কৰা ঘটনাৰ এলাহাবাদ হাইকোৰ্টৰ লক্ষ্ণৌ বেঞ্চে ন্যায় দিয়াৰ বাবে নিজাকৈ উদ্যোগ গ্ৰহণ কৰিছে।

অহা ১২ অক্টোবৰত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব, ডিজিপি, এডিজি(আইন-শৃংখলা), হাথৰাছৰ জিলা প্ৰশাসক তথা আৰক্ষী অধীক্ষককে ধৰি উত্তৰ প্ৰদেশৰ শীৰ্ষ বিষয়াসকলক  ন্যায়াধীশে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

তেওঁলোকে সেইদিনা প্ৰয়োজনীয় নথি-তথ্যসহ তেওঁলোকৰ বক্তৱ্য  দাঙি ধৰিব লাগিব।

সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ভিত্তিত যুৱতীগৰাকীৰ পিতৃ, মাতৃ, ভাতৃকে ধৰি পৰিয়ালৰ সদস্যসকলক আদালতত হাজিৰ কৰাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

হাইকোৰ্টখনৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ ৰঞ্জন ৰায় আৰু জছপ্ৰীত সিঙে এই নিৰ্দেশ জাৰি কৰিছে। আদালতে যুৱতীগৰাকীৰ  শেষকৃত্য সম্পৰ্কতো পৰিয়ালৰ বক্তৱ্য শুনিব।

বিচাৰপীঠখনে দিয়া এই নিৰ্দেশত মহাত্মা গান্ধীক উদ্ধৃত কৰা হৈছে। বিচাৰপীঠখনে কৈছে, ‘’কেইখনমান বাতৰিকাকতৰ প্ৰতিবেদন আৰু অডিঅ’-ভিজুৱেল মিডিয়াৰ অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি অতি সংবেদনশীল তথা গুৰুত্বপূৰ্ণ বিষয়টো আমি নিজাববীয়াকৈ উদ্যোগ ল’বলৈ বাধ্য হৈছো। ই দেশৰ নাগৰিক আৰু ৰাজ্যখনৰ লোকৰ মানৱীয় বা মৌলিক অধিকাৰক আঘাত কৰিছে।‘’

ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী তথা অচিনাক্ত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ১৪৪ধাৰা ভংগৰ বাবে এফ আই আৰ দাখিল কৰাৰ কথা জানিব দিছে গৌতম বুদ্ধ নগৰৰ আৰক্ষী আয়ুক্তগৰাকীয়ে।

তদুপৰি, বৃহৎ সমাৱেশেৰে মহামাৰী আইন উলংঘাৰ অভিযোগতো তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd