শীর্ষ সংবাদ

ক’ৰ’ণা হ’লে প্ৰথমে সাৱটি ধৰিম মমতা বেনাৰ্জীক, বিজেপি নেতাৰ উদ্ভট মন্তব্য

ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পৰা বিজেপিৰ এজন নেতাই কৰা  উদ্ভট মন্তব্যই  এতিয়া বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পশ্চিমবংগ বিজেপিৰ নেতা তথা...

Read moreDetails

বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা: গোলাঘাট জিলা সমিতি গঠন

সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে বোকাখাতৰ সাধনী ভৱনত আয়োজিত এক বিশেষ সভাত গোলাঘাট জিলা সমিতি গঠনৰ লগতে এক সংবাদ...

Read moreDetails

অথলে গ’ল মায়ংক আগৰৱালৰ শতকীয় ইনিংছ; পঞ্জাৱক ৪ উইকেটত হৰুৱালে ৰাজস্থানে

ৰাহুল তেৱতিয়াৰ এটা অ’ভাৰত পাঁচটা ছিক্সাৰেৰে সজোৱা বিস্ফোৰক ইনিংছৰ সহায়ত ৰাজস্থান ৰয়েলছে দেওবাৰে শ্বাৰজাহত কিংছ ইলেভেন পঞ্জাৱক ৪উইকেটত পৰাজিত কৰে।...

Read moreDetails

চাব্বাচ চৰকাৰ! ৰে’লত এবাৰ উঠি লগে লগে নামি আহিলেও ভৰিব লাগিব পাৰে ধন

ৰে’ল যাত্ৰা আৰু দেশত সুলভ হৈ নাথাকিব। তাৰ সকলো ব্যৱস্থাই  ইতিমধ্যে চৰকাৰে কৰিছে। ৰে’লত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ অন্তৰ্ভূক্তিৰ বাট সুগম...

Read moreDetails

ড্ৰেগন খেদি পঠিয়াবলৈ বদ্ধপৰিকৰ নেপালৰ ছাত্ৰ সমাজ, বিক্ষোভত অসহায় অ’লি

ছাত্ৰ বিক্ষোভত উত্তাল হৈ পৰিছে নেপাল। আলহীৰ ৰূপত আহি গৃহস্থকে ঘৰৰ পৰা খেদি দিবলৈ ওলোৱা চীনৰ বিৰুদ্ধে গৰজি উঠিছে নেপালৰ...

Read moreDetails

মহাৰাষ্ট্ৰৰ স্পা’ত দেহ ব্যৱসায় চক্ৰ উৎখাত; গ্ৰেপ্তাৰ নাগালেণ্ডৰ চাৰিগৰাকী মহিলা

মহাৰাষ্ট্ৰৰ পুণ্ডলিকনগৰত আৰক্ষীয়ে চলোৱা এক অভিযানত এখন স্পা’ৰ পৰা চলাই থকা এটা ‘দেহ ব্যৱসায় চক্ৰ’ উৎখাত কৰে। বাতৰি অনুসৰি, অভিযানৰ...

Read moreDetails

অসমত ৮৭৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৭ শতাংশ

৮৭৫গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১৫,৩৪৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ...

Read moreDetails

অসমত আৰু ১৭ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৬৫৫লৈ বৃদ্ধি

আৰু ১৭গৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৫৫লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত...

Read moreDetails

বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰৰ মতে ‘SI পৰীক্ষা কেলেংকাৰী নহয়, বেমেজালি হে’!

কালি GMCH ৰ চৌহদত কাৰাৰুদ্ধ অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘অপদাৰ্থ মুখ্যমন্ত্ৰী’ আখ্যা দিয়াৰ লগতে তেওঁৰ পদত্যাগৰ দাবী তোলাৰ পাছতেই...

Read moreDetails

বিৰোধীৰ প্ৰতিবাদৰ মাজতে তিনি কৃষি বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ স্বাক্ষৰ, পৰিণত হ’ল আইনত

কংগ্ৰছকে ধৰি দেশৰ বিৰোধী দল সমূহৰ প্ৰৱল প্ৰতিবাদৰ মাজতো আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকসভা আৰু ৰাজ্যসভাই ইতিমধ্যে গৃহীত কৰা তিনিখন...

Read moreDetails
Page 3381 of 5241 1 3,380 3,381 3,382 5,241

Stay Connected

Recent News