শীর্ষ সংবাদ

ডিমাপুৰত বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু, চাৰি গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

মঙলবাৰে ডিমাপুৰস্থিত য়ুনাইটেড নৰ্থ ব্লকস্থিত কলনিত দুৰ্ভাগ্যজনকভাৱে সংঘটিত হোৱা বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।...

Read moreDetails

সমগ্ৰ বিশ্ব ক’ৰ’ণা ভাইৰাছত ত্ৰস্তমান হৈ থাকোতে চীনে পালন কৰিলে ক’ৰ’ণাৰ বিজয় উৎসৱ

সমগ্ৰ বিশ্বই ক’ৰ’ণাৰ সন্ত্ৰাসত ত্ৰস্তমান। সমগ্ৰ বিশ্বত এই মুহূৰ্তত ২৭.৩ মিলিয়ন লোক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮.৯১ লাখ আক্ৰান্তৰ ইতিমধ্যে...

Read moreDetails

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : অৱশেষত সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ NCBৰ

দীৰ্ঘ দিনৰ জল্পনা কল্পনাৰ অন্ত পৰিল। ৰহস্যঘন সুশান্তৰ আত্মহত্যা কাণ্ডৰ তদন্তই প্ৰতিদিনে নতুন নতুন মোৰ লোৱাৰ অন্তত আজি এক অন্য...

Read moreDetails

ক্ৰীড়া মন্ত্ৰণালয়ক অভিযোগ হিমা দাসৰ : কি অভিযোগ দিলে দেশৰ উদীয়মান এথলিট গৰাকীয়ে ?

এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো হৈছে ভাৰতৰ পাটিয়ালাস্থিত নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছ (Netaji Subhas National Institute of Sports)।...

Read moreDetails

দুটা পৃথক গণ প্ৰহাৰত দুজনকৈ লোকৰ মৃত্যু যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত

ইটোৰ পিছত সিটো হত্যাকাণ্ডই উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ আইন শৃংখলাজনিত ফোঁপোলা স্বৰূপটো উদঙাই দিছে। যোৱা দুটা দিনত ৰাজ্যৰখনৰ দুটা...

Read moreDetails

ছয় বছৰৰ মূৰত পুনৰ আই পি এল খেলাৰ সুযোগ পাইছে জিমি নিছামে

ছয়বছৰৰ মূৰত বিশ্বৰ সবাটোকৈ জনপ্ৰিয় টি-২০ লীগ আই পি এলত প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ জিমি নিছাম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত...

Read moreDetails

ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন; দোকানৰ কৰ্মচাৰীৰ পৰা লুটি নিলে ৩লাখ টকা

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাৱৈমাৰীত সোমবাৰে নিশা সংঘটিত হোৱা এক ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ...

Read moreDetails

শিৱসাগৰত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিন উদযাপন

আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিন। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি জয়দয়াল মাতৃ সেৱা সদনৰ সন্মুখত থকা ড০ ভূপেন...

Read moreDetails

বাক্সাত তিনিজন চোৰাং চিকাৰীক আটক, বনৰীয়া জন্তুৰ বিভিন্ন সামগ্ৰী জব্দ

সোমবাৰে সশস্ত্ৰ সীমা বল, অসম আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত বাক্সা জিলাত তিনিজন চোৰাং চিকাৰীক আটক কৰে। আটকাধীন চোৰাং...

Read moreDetails

সংগীত শিল্পী মানস ৰবীন আৰু তেওঁৰ পত্নী কোভিড-১৯ পজিটিভ

সংগীত পৰিচালক তথা কণ্ঠশিল্পী মানস ৰবীন কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। মঙলবাৰে কৰোৱা এন্টিজেন টেষ্টত পজিটিভ আহে কণ্ঠশিল্পী গৰাকীৰ। তেওঁৰ লগতে...

Read moreDetails
Page 3414 of 5211 1 3,413 3,414 3,415 5,211

Stay Connected

Recent News