শীর্ষ সংবাদ

পৰকীয়া প্ৰেমৰ পৰিণতি!: আমনিৰ অচিনাকি মৃতদেহ চিনাক্ত; হত্যাকাৰী দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

বুধবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ আমনিৰ মহাৰাজা হোটেলৰ পিছফালৰ এটা পুখুৰীৰ পৰা চামগুৰি আৰক্ষীয়ে এজন অচিনাকি লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল।...

Read moreDetails

‘বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ অ’ এন জি চিক কেন্দ্ৰই দিয়া নাই দায়িত্ব’ : অইল ইণ্ডিয়াৰ দাবী

বাঘজানৰ তৈল খাদৰ অনিৰ্বাপিত জুই নিৰ্বাপনৰ দায়িত্ব অ’ এন জি চিক দায়িত্ব দিয়া হোৱা নাই। এই কথা স্পষ্ট কৰিছে অইল...

Read moreDetails

নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ ১০০ কোটি টকা আৱণ্টনক আদৰণি অসম ৰাজ্যিক বিজেপিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সংকটৰ সময়তো অষ্টলক্ষ্মী হিচাপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ নামৰূপ সাৰ কাৰখানালৈ সৰ্বাংগীন...

Read moreDetails

বৰ্ধৱান বিস্ফোৰণত জৰিত জে এম বি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এক বিশেষ আদালতে ২০১৪ চনৰ বৰ্ধৱান বিস্ফোৰণত জৰিত জামাত-উল-মুজাহিদীন বাংলাদেশৰ চাৰি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা কৰিছে। আদালতখনে মঙলবাৰে...

Read moreDetails

অসমত ২২৪৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.১০ শতাংশ

২২৪৩গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.১০ শতাংশ। মঙলবাৰে এই হাৰ আছিল ৭.৪৮...

Read moreDetails

অসমত আৰু ১৮ ক’ভিড ৰোগীৰ মৃত্যু, চাৰিশৰ কাষত মুঠ মৃতকৰ সংখ্যা

আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৯৬লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত...

Read moreDetails

সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যাৰে দেশৰ সপ্তম অসম

২৯,২০৬গৰাকী সক্ৰিয় ক’ভিড ৰোগীৰে বুধবাৰে দেশৰ সপ্তম স্থানত আছে অসম। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্যত এই কথা প্ৰকাশ পাইছে।...

Read moreDetails

দিব্যাংগক অৱহেলা মন্ত্ৰী হিমন্তৰ : নিযুক্তি-চৰকাৰী আঁচনিত কৌশলৰে বঞ্চিত কৰাৰ অভিযোগ

ৰাজ্যৰ লক্ষাধিক দিব্যাংগ লোকক নিযুক্তিকে ধৰি চৰকাৰী আঁচনিত বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৌশলৰে বঞ্চিত কৰাৰ...

Read moreDetails

২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইজৰাইলৰ মাজত স্বাক্ষিৰত...

Read moreDetails

বাঘজানৰ অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত হৈ থাকোতেই অইলৰ অভিযন্তাৰ মৃত্যু

তৈলখাদত সংঘটিত বিস্ফোৰণৰ পিছতে দাউ দাউকৈ জ্বলি উঠা বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ গৈ শোকাৱহ মৃত্যুক আকোঁৱালি ল’লে অইলৰ এজন অভিযন্তাই।...

Read moreDetails
Page 3471 of 5274 1 3,470 3,471 3,472 5,274

Stay Connected

Recent News