DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যাৰে দেশৰ সপ্তম অসম

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
September 9, 2020 9:36 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

272
VIEWS
Share on FacebookShare on Twitter

২৯,২০৬গৰাকী সক্ৰিয় ক’ভিড ৰোগীৰে বুধবাৰে দেশৰ সপ্তম স্থানত আছে অসম।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্যত এই কথা প্ৰকাশ পাইছে।

২,৪৩,৮০৯গৰাকী সক্ৰিয় ক’ভিড ৰোগীৰে দেশৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। তাৰ পিছতে আছে কৰ্নাটক (৯৬,৯৩৭) আৰু অন্ধ্ৰ প্ৰদেশ (৯৬,৭৬৯)।

আজিৰ তাৰিখত দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৮,৯৭,৩৯৪ (।)

মুঠ সক্ৰিয় ৰোগীৰ ৬১ শতাংশ পাঁচ ৰাজ্য মহাৰাষ্ট্ৰ, কৰ্নাটক, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিল নাডুক লৈ হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৮৯,৭০৬গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে। ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰৰ ২০ হাজাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ ১০ হাজাৰ ৰোগী আছে।

যোৱা ২৪ ঘণ্টাত দেশত ১,১১৫গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত ৩৮০, কৰ্নাটকত ১৪৬ আৰু তামিল নাডুত ৮৭গৰাকী ৰোগীৰ মৃত্যু হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাও এতিয়ালৈকে সৰ্বাধিক। এদিনত ৭৪,৮৯৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

এতিয়ালৈকে দেশত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ৩৩,৯৮,৮৪৪গৰাকী। আৰোগ্যৰ হাৰ হৈছে ৭৭.৭৭ শতাংশ।

যোৱা ২৪ ঘণ্টাত দেশত ১১.৫ লাখ ক’ভিড নমুনা পৰীক্ষা কৰা হৈছে। ভাৰতত মুঠ টেষ্টৰ সংখ্যা ৫.১৮ কোটিলৈ বৃদ্ধি পাইছে।

Tags: COVID-19

Recent News

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd