DMCA.com Protection Status

শীর্ষ সংবাদ

আকৌ বিজেপিৰ missedcall; এইবাৰ C(A)Aৰ সমৰ্থনত missedcall দিবলৈ আহ্বান ৰঞ্জিত দাসৰ

ৰাজ্যৰ চৌদিশে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে বিজেপিয়ে আইনখনৰ সমৰ্থনত মিছড কল সেৱা মুকলি কৰে।...

Read more

৮ জানুৱাৰিত দেশজুৰি বেংকৰ লগতে কেন্দ্ৰীয় কৰ্মচাৰীৰো সাধাৰণ ধৰ্মঘটৰ আহ্বান

অহা সপ্তাহত আপোনাৰ যদি বেংকৰ জৰুৰী কাম আছে তেতিয়াহ’লে সোনকালেই কৰি লওক। কিয়নো ৮ জানুৱাৰিত বেংকৰ ধৰ্মঘট আছে। বেংকৰ ধৰ্মঘটৰ...

Read more

আকৌ মৃত্যুক সাৱটিলে আন এগৰাকী ডিটেনশ্যন কেম্পৰ দুৰ্ভগীয়া বন্দীয়ে

ৰাজ্যৰ ডিটেনশ্যন কেম্পত থকা আন এগৰাকী দুৰ্ভগীয়া লোকে পুনৰ মৃত্যুক সাৱটি ল'বলগীয়া হয়। শুকুৰবাৰে নিশা ৫০ বছৰ বয়সত ডিটেনশ্যন কেম্পত...

Read more

দিল্লী চৰকাৰক প্ৰশংসা কৰা জুবিন গাৰ্গক ধন্যবাদ জনালে মুখ্য মন্ত্ৰী কেজৰিৱালে

দিল্লী চৰকাৰৰ কামকাজক প্ৰশংসা কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শনিবাৰে ধন্যবাদ জ্ঞাপন কৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে। জুবিন...

Read more

ধুবুৰীৰ চৰত উত্তেজনা; আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত এজন লোক নিহত আৰু তিনিজন আহত হোৱাৰ অভিযোগ

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহামায়া চৰত শুকুৰবাৰে নিশা আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত নুৰজামাল নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক...

Read more

কা বিৰোধী প্ৰতিবাদৰ শংকা! গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ খেলত নাথাকিব কোনো বেনাৰ-পোষ্টাৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টী-২০ মেচত কোনো বেনাৰ-পোষ্টাৰ বা মেচেজ বোৰ্ডৰ অনুমতি দিয়া নহয়।...

Read more

চোলেমানিৰ মৃত্যুত প্ৰতিশোধৰ ভাবুকি খামেইনিৰ; মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা

মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ শীৰ্ষ সেনা বিষয়াৰ মৃত্যুৰ পাছত মধ্য প্ৰাচ্যত যুদ্ধৰ ডাৱৰ নামিছে। এই মৃত্যুৰ আঁত ধৰি এইবাৰ আমেৰিকাক...

Read more

শিলচৰৰ পতিতালয়ত উদ্ধাৰ হোৱা চাৰিগৰাকী নেপালী কিশোৰীক পৰিয়ালৰ হাতত অৰ্পন

শিলচৰৰ নিষিদ্ধ এলেকাৰ পৰা বিগত বৰ্ষৰ ১৪ নৱেম্বৰত উদ্ধাৰ হোৱা সাত গৰাকী কিশোৰীৰ ভিতৰত চাৰিগৰাকী কিশোৰীক বৃহস্পতিবাৰে শিলচৰ আদালতে পৰিয়ালৰ...

Read more

দাম কমিল পিয়াঁজৰ; প্ৰতি কেজিত ৭০ টকা খুচুৰা মূল্য নিৰ্ধাৰণ

ভোগালী বিহু আৰু উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকৰ বাবে পিয়াঁজৰ খুচুৰা মূল্য ৭০ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি কামৰূপ (মেট্ৰো)ৰ...

Read more
Page 3558 of 4583 1 3,557 3,558 3,559 4,583

Recent News