DMCA.com Protection Status

শীর্ষ সংবাদ

গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰীৰ ঘৰলৈ গুলী; সন্দেহৰ আঙুলি বিজেপিৰ বিধায়ক মৃণাল শইকীয়ালৈ

গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰী আৰু বিজেপিৰ কৰ্মী-সমৰ্থক তথা CAA-ৰ সমৰ্থকৰ মাজৰ সংঘাতে বিপজ্জনক মোৰ লৈছে। যোৱা নিশা CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া...

Read more

ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত নাগৰিকত্ব (সংশোধন) আইনবিৰোধী প্ৰতিবাদত সংঘটিত ধ্বংস আৰু হিংসাত্মক কাণ্ড সংক্ৰান্তত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাক গ্ৰেপ্তাৰ কৰিছে।...

Read more

খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ক্ৰীড়া প্ৰতিযোগিতাখন...

Read more

টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডত ভাৰতৰ প্ৰথম শিক্ষয়িত্ৰী সাৱিত্ৰীবাই ফুলে

আজি ভাৰতীয় টুইটাৰ য়ুজাৰসকলে দেশখনৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী হিচাপে খ্যাত সাৱিত্ৰীবাই ফুলেক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তাৰ বাবে সৃষ্ট #SavitribaiPhule হেছটেগটো...

Read more

C(A)Aৰ বিৰোধিতাৰে নগাঁৱত আছুৰ বিশাল জোঁৰ সমদল

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নগাঁও জিলা ছাত্ৰ সন্থা আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া নগাঁৱৰ পুৰণিগুদামত...

Read more

C(A)Aক লৈ আমি আগৰ স্থিতিতে অটল, এক ইঞ্চিও বিচলিত নহওঁ : অমিত শ্বাহ

"নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত আমি আগৰ স্থিতিতে অটল, চৰকাৰ এই ক্ষেত্ৰত এক ইঞ্চিও বিচলিত নহয়।" এই মন্তব্যৰে পুনৰবাৰ নাগিৰকত্ব (সংশোধন)...

Read more

মই নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰো : কুলধৰ শইকীয়া

২ জানুৱাৰিত অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱা অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই নাগৰিকত্ব (সংশোধনী)...

Read more

“উজনি অসমত বাধা দিয়া হৈছে বিজেপিৰ বুথ সভাপতিৰ সন্মিলনলৈ অহা বাছক”, অভিযোগ হিমন্ত বিশ্বৰ

কাইলৈ, অৰ্থাৎ ৪ জানুৱাৰিত খানাপাৰাৰ পশু চিকিৎসা-বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা বিজেপিৰ বুথ সভাপতিৰ সন্মিলনলৈ বাছেৰে মানুহ অনাত উজনি অসমত...

Read more

ৰঞ্জী ট্ৰফীত কেৰিয়াৰৰ প্ৰথমটো শতৰান অৰ্জন ৰিয়ান পৰাগৰ

ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত দৰ্শনীয় শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে। অসম আৰু উত্তৰাখণ্ডৰ মাজত...

Read more
Page 3559 of 4583 1 3,558 3,559 3,560 4,583

Recent News