শীর্ষ সংবাদ

হিন্দু যুৱতীৰ স’তে বাছযাত্ৰা কৰাৰ বাবেই বজৰং দলে চুৰিকাঘাত কৰিলে মুছলমান যুৱকক! ক’ত?

বৃহস্পতিবাৰে কৰ্ণাটকৰ মাংগালুৰুত সংঘটিত হয় এটা চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিমতে, এজন ২৩ বছৰীয়া মুছলিম যুৱকক বজৰং দলৰ...

Read moreDetails

মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোলাঘাট জিলা আছুৰ পদযাত্ৰা

সদৌ অসম ছাত্ৰসন্থাৰ আহ্বানমৰ্মে আজি গোলাঘাট জিলা ছাত্ৰ সন্থাই দ্ৰব্য- সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত এক পদযাত্ৰা বাহিৰ কৰে। ছাত্ৰ...

Read moreDetails

মাওবাদীৰে সংঘৰ্ষ : নিহত নিৰাপত্তাৰক্ষীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি; আহত ১৪ গৰাকী নিৰাপত্তাৰক্ষী

মাওবাদীৰে হোৱা সংঘৰ্ষত ৫ গৰাকী নিৰাপত্তাৰক্ষী নিহত হৈছে। ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ টেৰাম অঞ্চলত মাওবাদীৰে হোৱা সংঘৰ্ষত পাঁচগৰাকী নিৰাপত্তাৰক্ষী নিহত হোৱাৰ...

Read moreDetails

বিধানসভাৰ অধ্যক্ষলৈ চেণ্ডেল দলিয়ালে বিজেপি বিধায়কে, ক’ত?

উৰিষ্যাৰ বিধানসভাত শনিবাৰে সৃষ্টি হৈছে এটা অপ্ৰীতিকৰ পৰিস্থিতি। অভিযোগমতে, বিধানসভাৰ অধ্যক্ষৰ মঞ্চলৈ উদ্দেশ্য কৰি বিৰোধী বিজেপি বিধায়কসকলে চেণ্ডেল, ইয়াৰফোন আৰু...

Read moreDetails

কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা, কেতিয়া বন্ধ থাকিব সুৰাৰ দোকান?

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ উপলক্ষ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিছে। সেইমৰ্মে ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা...

Read moreDetails

ৰক্তস্নাতা ম্যানমাৰ: পুনৰ সেনাৰ গুলীত মৃত্যু ৫ প্ৰতিবাদকাৰীৰ

ম্যানমাৰত এতিয়া তেজৰ নৈ বৈছে। বলপূৰ্বক শাসনভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আজি পুনৰ প্ৰাণ হেৰুৱালে...

Read moreDetails

সেনা আৰু নক্সালৰ মুখামুখি সংঘৰ্ষ : নিহত হ’ল ৩ জন সেনা আৰু এজন নক্সাল

শনিবাৰে চট্টিশগড়ৰ বিজাপুৰ জিলাত নক্সালবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা এটা মুখামুখি সংঘৰ্ষত ৩জন সেনাক নক্সালে হত্যা কৰে। তদুপৰি আন...

Read moreDetails

এপ্ৰিলত পুনৰ ভাৰতত হোৰা-হোৰে বাঢ়িব ক’ভিড-১৯ মহামাৰী, বিজ্ঞানীৰ দাবী

সমগ্ৰ দেশজুৰি এপ্ৰিলৰ মাজভাগত ক'ভিড-১৯ৰ দ্বিতীয় ঢৌ তীব্ৰগতিত বৃদ্ধি পাব। অৱশ্যে মে' মাহলৈ এই ঢৌ হ্ৰাস পাব। বিজ্ঞানীসকলে এই ভৱিষ্যদ্বাণী...

Read moreDetails

নিঃচর্ত ক্ষমা প্রার্থনা হিমন্তৰ: ৪৮ ঘণ্টাৰ সলনি ২৪ ঘণ্টালৈ নিৰ্বাচন আয়োগে হ্ৰাস কৰিলে নিৰ্বাচনী প্ৰচাৰৰ নিষেধাজ্ঞা

কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ৪৮ ঘন্টা নিষেধাজ্ঞা আৰোপ কৰিছিল নিৰ্বাচনী আয়োগে। ইয়াৰ পিছতে নিৰ্বাচনী আয়োগৰ ওচৰত...

Read moreDetails

অগপৰ কৰ্মীয়েই জ্বলালে অগপৰ কাৰ্যালয়! : কল্পনা পাটোৱাৰীৰ সমষ্টিত ক্ষোভৰ উদগীৰণ দলীয় কৰ্মীৰ

সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ কয়াকুছিস্থিত মুখ্য নিৰ্বাচনী কাৰ্যালয় জ্বলাই লণ্ড ভণ্ড কৰিলে অসম গণ পৰিষদৰ দলীয় কৰ্মীয়ে। বিজেপিৰ...

Read moreDetails
Page 3560 of 6018 1 … 3,559 3,560 3,561 … 6,018

Stay Connected

Recent News