DMCA.com Protection Status

শীর্ষ সংবাদ

কৃষ্ণাইৰ মানিকপুৰত দিন দুপৰতে নগদ ধনসহ ৪০ তোলা সোণৰ আ-অলংকাৰ চুৰি

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাত অন্তৰ্গত মানিকপুৰত আজি ৰাতিপুৱা সংঘটিত হোৱা এক চুৰিকাণ্ডত চোৰে নগদ ধনসহ ৪০ তোলাৰ সোণৰ আ-আলংকাৰ...

Read more

বিজেপিৰ ভাল দিনত ন-বিজেপিয়ে মালিকীস্বত্ব লৈ পুৰণি কৰ্মীক গুৰুত্বহীন কৰিছে : গোহাঁই

কংগ্ৰেছৰ বহুবল্কী বিধায়ক, মৰিয়নী বিধান সভা সমষ্টিক একেৰাহে তেৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ বিজেপিত যোগদানৰ বাবে মন...

Read more

জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ কৰা ৰজা ফেটি চোৱাং বনাঞ্চলত মুকলি কৰি দিলে প্ৰকৃতিপ্ৰেমীয়ে

নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই শুকুৰবাৰে বিয়লি ভাগত উদ্ধাৰ কৰে এডাল বৃহৎ আকৃতিৰ ৰজা ফেটি সাপ। নগাঁও-কাৰ্বি...

Read more

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে এজনৰ

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ অব্যাহত আছে। আজি ৰাতিপুৱা স্বয়ং স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীত ৰামচৰণ বৈশ্য নামৰ...

Read more

কাৰ্গিল যুদ্ধৰ স্মৃতিত নিৰ্মিত ভিডিঅ’ত তাৰকাৰ মাজত অসমৰ জুবিন-যতীন

ঐতিহাসিক কাৰ্গিল যুদ্ধৰ শ্বহীদ আৰু প্ৰবীণ যুদ্ধ সৈনিক সকলক কৃতজ্ঞতা জ্ঞাপনৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে প্ৰস্তুত কৰা এটা ভিডিঅ’ সংগীতত পুনৰবাৰ...

Read more

মাজুলীৰ সত্ৰত নিৰ্মাণ হ’ব বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ : বয়ন কাৰ্যৰ শুভাৰম্ভ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

৫৫০ বছৰ পূৰ্বেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰ নকল ৰূপ নিৰ্মাণ হ’ব মাজুলীৰ ঐতিহাসিক দক্ষিণপাট...

Read more

জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সকলো চিকিৎসা আৰু ঔষধ হ’ব বিনামূলীয়া : হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত বৃদ্ধি পোৱা জাপানীজ একফেলাইটিছৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্যৰাখি আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভাৱনৰ ই-ব্লকত...

Read more

কোকৰাঝাৰত ১০০০ বছৰ পুৰণি কালী মন্দিৰৰ চোৱাচিতা কৰিছে মুছলমান লোকে

কোকৰাঝাৰ জিলাৰ মুছলমান সম্প্ৰদায়ৰ বসতিপূৰ্ণ বৰুৱাপাৰা গাঁৱৰ বাসিন্দাসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল উদাহৰণ দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম...

Read more

কঠোৰ এন আৰ চি কৰ্তৃপক্ষ : শুনানিত গাফিলতিৰ বাবে পাঁচগৰাকী বিষয়াক নিলম্বন

চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন কাষ চাপি অহাৰ সময়তে দাবী আৰু নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে নিষ্পত্তিকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা...

Read more

কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ বাবে পূৰ্বৰ বাজেটৰ তুলনাত ২১ শতাংশ ধন বৃদ্ধি

শুকুৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট-২০১৯ত অসমকে ধৰি উত্তৰ-পূবলৈ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ অধীনত ধাৰ্য্য ধনৰ পৰিমাণ হ’ল...

Read more
Page 3687 of 4351 1 3,686 3,687 3,688 4,351

Recent News