DMCA.com Protection Status

শীর্ষ সংবাদ

ডিটেনশ্যন কেম্পৰ পৰা স্বগৃহলৈ সোনাউল্লাহ; বকোৰ গাঁৱত আনন্দ-উল্লাসৰ পৰিৱেশ

১১ দিন ডিটেনশ্যন কেম্পত থকাৰ অন্তত শনিবাৰে স্বগৃহলৈ উভতিল প্ৰাক্তন সেনা বিষয়া সোনাউল্লাহ। আদালতে ৭ জুনত অন্তৰ্ৱৰ্তী জামিন দিয়াৰ পিছত...

Read more

লক্ষ্য ’২১: এশ বিধায়ক জিকাবলৈ আজিৰে পৰাই সেনাপতিৰ ৰূপত হিমন্ত বিশ্ব

বিগত লোকসভা নিৰ্বাচনত টিকটৰ পৰা শেষ মুহূৰ্তত বঞ্চিত, তাৰ পিছত ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত আৰু শেষত মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰো বাহিৰত...

Read more

জি এম চি এইচ্চত নাৰ্ছিঙৰ ছাত্ৰীক ৱাৰ্ড বয়ৰ যৌন নিৰ্য্যাতন : অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নিশা কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্চিঙৰ ছাত্ৰীক যৌন নিৰ্য্যাতন চলোৱা ঘটনা এটা শেহতীয়াভাৱে পোহৰলৈ আহিছে। পলমকৈ...

Read more

পৰেশ বৰুৱাৰ “নতুন অৱস্থান” চীনৰ দিহং আৰু ৰুইলিৰ মাজত

চীনৰ ইউনান প্ৰদেশৰ দিহং আৰু ৰুইলিৰ মাজত আলফা-স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাই বৰ্তমান অৱস্থান কৰিছে, আৰু ম্যানমাৰস্থিত সশস্ত্ৰ সেনানীসকলৰ সৈতে তেওঁ...

Read more

কংগ্ৰেছৰ দিনতকৈও ভয়ংকৰ দুৰ্নীতি : নিবিদা প্ৰক্ৰিয়া চলি থাকোতেই কেইবাটাও কাম সম্পূৰ্ণ জলসিঞ্চন বিভাগত

চৰকাৰী কাম-কাজৰ লেহেমীয়া গতিৰ খবৰে অসমত সাধাৰণতেই বাতৰিৰ শিৰোনাম দখল কৰি থাকে। কিন্তু এইখন অসমতেই এটা চৰকাৰী বিভাগত বিভাগীয় জাননীৰ...

Read more

বৰপেটাৰোডত তীব্ৰবেগী বাইকৰ খুণ্ডাত প্ৰাণ গ’ল এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ

বৰপেটা জিলাৰ বৰপেটাৰোডত আজি সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা লোকগৰাকী বৰপেটাৰোডৰ সূৰ্য্য...

Read more

বিজেপিক ভোট দিয়াৰ বাবে কৰিমগঞ্জত মছজিদৰ পৰা ইমামক খেদি পঠিওৱাৰ অভিযোগ

লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ইছলাম ধৰ্মৰ এগৰাকী ইমামে বিজেপিৰ হৈ কাম কৰাৰ বাবে তেওঁক মছজিদৰ পৰা খেদি পঠিওৱাৰ অভিযোগ উত্থাপন...

Read more

লজ্জানত সমাজ : নগ্ন নৃত্য প্ৰদৰ্শন নকৰাৰ বাবেই হত্যাৰ ভাবুকি মহিলা শিল্পী দলক

সভ্যতাক লজ্জানত কৰা এক ঘটনা পোহৰলৈ অহাৰ পাছতে সম্প্ৰতি ঘটনাটোৱে ৰাজ্যখনৰ সভ্য সমাজক জোকাৰি গৈছে। ছয়গাঁৱৰ আঁচলপাৰাত সংঘটিত হোৱা এই...

Read more

গুৱাহাটী মহানগৰীত PUBG য়ে প্ৰাণ ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ

সমগ্ৰ দেশত PUBG গেমৰ আসক্তিৰ ফলত বহুকেইজন কিশোৰে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই এইবাৰ পৰিসৰ বৃদ্ধি কৰি অসমৰ গুৱাহাটী মহানগৰীকো...

Read more
Page 3760 of 4377 1 3,759 3,760 3,761 4,377

Recent News