শীর্ষ সংবাদ

ভাল খৱৰ: তৈয়াৰ হৈছে কৰ’নাৰ ভেকচিন; ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দিব শক্তি

কৰ’না ভাইৰাছৰ ভেকচিন (টীকা)ক লৈ সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে। বেলেগ বেলেগ দেশে তেওঁলোকৰ দেশসমূহত ভেকচিন তৈয়াৰ কৰি থকাৰ দাবী...

Read more

ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধত ব্যৰ্থ পাকিস্তান চৰকাৰক তীব্ৰ সমালোচনা

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পাকিস্তানত বহু পলমকৈ পদক্ষেপ গ্ৰহণ কৰা বুলি অভিযোগ তুলি বিভিন্নজনে দেশখনৰ চৰকাৰক তীব্ৰ সমালোচনা...

Read more

ল’কাডাউনৰ মাজতে কোলাত কেঁচুৱা লৈ আঠদিন খোজকাঢ়ি পিতৃ গৃহত উপস্থিত হ’ল এগৰাকী মহিলা

চাৰিওফালে ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশত ল'ক ডাউন ঘোষণা কৰাৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা ১০০ কিল'মিটাৰ খোজকাঢ়ি যোৰহাট জিলাৰ মৰিয়নীত উপস্থিত...

Read more

ক’ৰ’নাতংক : গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰিলে তিনিখন গাঁও

সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰা ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই সকলোকে চিন্তিত আৰু আতংকিত কৰি তুলিছে। দিল্লীৰ নিজামুদ্দিনস্থিত...

Read more

পৰীক্ষাত ক’ৰ’না নিগেটিভ আহিল মিজোৰামত মৃত্যু হোৱা মাধুৰ্য্য ভূঞাৰ

আইজলত বৰিবাৰে মৃত্যু হোৱা মাধুৰ্য্য ভূঞা নামৰ অসমৰ ৩৬ বছৰীয়া জেষ্ঠ গাননিক বিষয়া গৰাকী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা নাই...

Read more

প্ৰধান মন্ত্ৰীৰ লাইট বন্ধ কৰি মমবাতি-চাকি জ্বলাবলৈ জনোৱা আহ্বানক বলিউদৰ সহাঁৰি

আজি ৰাতিপুৱা ৯ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে দেশবাসীক এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অহা ৫...

Read more

বিশ্ব স্বাস্থ্য সংস্থা নহয় চীন স্বাস্থ্য সংস্থা নামকৰণ কৰক; ক’ৰ’না ভাইৰাছক লৈ জাপানৰ সমালোচনা বিশ্ব স্বাস্থ্য সংস্থাক

ক’ৰ’না ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত জাপানৰ উপ-প্ৰধান মন্ত্ৰী আছ’ টাৰোই বিশ্ব স্বাস্থ্য সংস্থাৰ সমালোচনাত মুখৰ...

Read more

আইছ’লেশ্যন কক্ষত নাৰ্চক অশ্লীল ইংগিত, উলংগ বিচৰণ তবলিগী জামাতত অংশ লোৱা লোকৰ

দিল্লীৰ নিজামুদ্দিনস্থিত তবলিগী জামাতৰ মাৰ্কাজত অংশ লোৱা লোকসকলৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখা ঘটনাই আতংকিত কৰি তুলিছে দেশবাসীক। এই খবৰ...

Read more

৫ এপ্ৰিল নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি মমবাতি, চাকি, টৰ্চ অথবা মোবাইলৰ ফ্লাচ লাইট জ্বলাওক; ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে প্ৰধান মন্ত্ৰীৰ আহ্বান

আজি ৰাতিপুৱা ৯ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। ভিডিঅ’টোত প্ৰধান মন্ত্ৰীয়ে ভাৰতবৰ্ষৰ সকলো...

Read more

লকডাউনৰ কৰ্ম ব্যস্ততাৰ মাজতে দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ টীয়ক আৰক্ষীৰ

ৰাজ্যত লকডাউনে এসপ্তাহ অতিক্ৰম কৰিছে। এই সময়ছোৱাত অসম আৰক্ষীৰ ভূমিকা অতিকৈ প্ৰসংশনীয় হিচাপে বিবেচিত হৈছে। দিন ৰাতি একাকাৰ কৰি নিজৰ...

Read more
Page 3766 of 5000 1 3,765 3,766 3,767 5,000

Recent News