DMCA.com Protection Status

শীর্ষ সংবাদ

নাগালেণ্ডত শ্বাসৰুদ্ধকৰ ৰাজনৈতিক পৰিস্থিতিঃ এফালে নিৰ্বাচন বৰ্জন, আনফালে বাধা নিদিবলৈ আহ্বান নিৰ্বাচনী বিষয়াৰ

‘আমি নিৰ্বাচনৰ বাবে সাজু। নিৰ্বাচন প্ৰক্ৰিয়াত বাধা নিদিবৰ বাবে মই সকলোকে আহ্বান জনাইছো।’ আজি কহিমাত সাংবাদিকক নাগালেণ্ডৰ আগন্তুক নিৰ্বাচন সম্পৰ্কে...

Read more

নাগালেণ্ড নিৰ্বাচন বৰ্জনৰ যৌথ ঘোষণাপত্ৰত স্বাক্ষৰকাৰী নেতাক বহিষ্কাৰ কৰিলে বিজেপিয়ে

নাগালেণ্ড বিধানসভা নিৰ্বাচন বৰ্জন কৰি ঘোষণা কৰা যৌথ ঘোষণাপত্ৰত চহী কৰাৰ বাবে নাগালেণ্ড বিজেপিয়ে দলটোৰ দুজন সদস্যক বহিষ্কাৰ কৰা বুলি...

Read more

জোৱাইত উপস্থিত ৰাহুল গান্ধী : শ্বিলঙত সংগীতানুষ্ঠানৰ যোগেদি চলাব নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি জোৱাইত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় মেঘালয়ত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। জোৱাইৰপৰা ঘূৰি আহি...

Read more

বৰ্ধিত গাড়ীৰ সংখ্যাই ভূটানৰ পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে

ভূটানৰ সৌম্য পৰিৱেশটো বৰ্ধিত প্ৰদূষণৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে। হিমালয়ান দেশখনত দ্ৰুত নগৰীকৰণ তথা অৰ্থনৈতিক উন্নতিৰ লগে লগে গাড়ীৰ সংখ্যা...

Read more

অসম চৰকাৰৰ ব্যাপক বাজেট সজাগতা কাৰ্যসূচী আৰম্ভ

সোমবাৰে অসম চৰকাৰৰ বিত্ত বিভাগে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে পৰামৰ্শ বিচাৰি  ব্যাপক নাগৰিক সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে। এক চৰকাৰী...

Read more

পৰ্যটকৰ কাৰ্যকলাপে অৰুণাচলৰ সোণালী বৌদ্ধ মন্দিৰৰ পৱিত্ৰতা বিনষ্ট কৰিছে

পূব অৰুণাচলৰ নামছাইৰ সোণালী বৌদ্ধ মন্দিৰ (গ’ল্ডেন পাগ’ডা) পৰ্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। স্থানীয় টাই-খামতি উপভাষাত ইয়াক কোৱা হয়...

Read more

ৰাষ্ট্ৰীয় ৰাজধানীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ

ৰাষ্ট্ৰপতি ভৱনৰ কৰ্তৃপক্ষই উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক নতুন দিল্লীৰ লুটিয়েন হিলত অৱস্থিত দেশৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনলৈ এক পৰিচয় ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।...

Read more

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় চহৰৰ ১ নং লক্ষী নগৰত থকা বাসগৃহলৈ যোৱা পথটোৰ অৱস্থা যোৱা কেইবা বছৰো ধৰি শোচনীয়...

Read more

‘অসমৰ এক ইঞ্চি ভূমিও ত্যাগ কৰা নহ’ব’ : ঘোষণা অসমৰ মুখ্য মন্ত্ৰীৰ

‘অসমৰ মাটিত কোনো উপগ্ৰহীয় পৰিষদ বা বিশেষ উন্নয়ন কৰ্তৃপক্ষ গঠনৰ অনুমতি দিয়া নহ’ব। অসমৰ এক ইঞ্চি ভূমিও ত্যাগ কৰা নহ’ব।’...

Read more

মাইবাং কাণ্ডত জড়িত বিজেপি-আৰ এছ এছ : হাফলঙত দাবী প্ৰদেশ কংগ্ৰেছ নেতাৰ

দুজন যুৱকে প্ৰাণ হেৰুৱাব লগা হোৱা মাইবাং কাণ্ডত বিজেপি-আৰ এছ এছ জড়িত থকা বুলি আজি অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছ...

Read more
Page 4563 of 4581 1 4,562 4,563 4,564 4,581

Recent News