শীর্ষ সংবাদ

বিধেয়ক বিৰোধী আন্দোলনকাৰীক ‘গুলী চালনা’ৰ চি বি আই তদন্ত দাবী তিপ্ৰাছা ছাত্ৰ সংগঠনৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৱা ৮ জানুৱাৰিত নেছ'ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীৰ ওপৰত ত্ৰিপুৰা আৰক্ষীৰ দলে বৰ্বৰতা...

Read moreDetails

হিন্দু ধৰ্মীয় লোকৰ সংখ্যাই খিলঞ্জীয়া অসমীয়াক নবচায় : অখিল গগৈ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে অসমৰ খিলঞ্জীয়া ৰাইজে কৰি থকা প্ৰতিবাদৰ বিপৰীতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি কেইবাজনো নেতাই...

Read moreDetails

হাইলাকান্দিৰ উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহণ জে কিৰ্থিৰ

  আজি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জে কিৰ্থিয়ে হাইলাকান্দি জিলাৰ উপায়ুক্ত হিচাপে বিদায়ী উপায়ুক্ত আদিল খানৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰে।...

Read moreDetails

টিকট নাপালেও মই আজীৱন কংগ্রেছ হৈ থাকিম : বিধেয়কৰ পক্ষত থকা সুস্মিতা দেব

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পক্ষত থিয় হৈ প্ৰদেশ কংগ্ৰেছক বিব্ৰত কৰা শিলচৰৰ সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে...

Read moreDetails

শিৱসাগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ ডাঃ এছ লক্ষ্মণনৰ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ এছ লক্ষ্মণনে শিৱসাগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিয়েই  জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া সকলৰ...

Read moreDetails

‘ডিভাইড আছাম ফিফটি-ফিফটি’ৰ দাবীত কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল

অতি শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন, বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল...

Read moreDetails

নাগৰিকত্ব বিধেয়ক : কাইলৈৰ পৰা ৭০টা সংগঠনৰ ব্যাপক আন্দোলন

৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব লগীয়া ৰাজ্যসভাৰ অধিৱেশনৰ আগমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে চলা আন্দোলনখনক অধিক তীব্ৰতৰ কৰি তোলাৰ...

Read moreDetails

বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে সাহিত্য সভাৰ সভাপতিক

অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক অধ্যয়ন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়া বৰাকৰ বিতৰ্কিত অধিবক্ত তথা প্ৰাক্তন ছাত্ৰনেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ অপব্যাখ্যা খোদ মুখ্য মন্ত্ৰীৰ; ‘বিধেয়ক’ক বুলিলে ‘বিধায়ক’

সমগ্ৰ অসমৰ জনতাৰ শংকা জড়িত থকা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীজনেই অপব্যাখ্যাৰে মানুহক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰত...

Read moreDetails

বাংলাদেশী আহিব, এইবাৰ বিলাসী জাহাজেৰে!

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কলৈ ব্যাপক প্ৰতিবাদ-আন্দোলন চলি থকাৰ মাজতে ভাৰত-বাংলাদেশৰ মাজত বিলাসী জাহাজ সেৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। বাংলাদেশী প্ৰব্ৰজনৰ...

Read moreDetails
Page 4873 of 5267 1 4,872 4,873 4,874 5,267

Stay Connected

Recent News