শীর্ষ সংবাদ

একেলগে বহিল অখিল-অতুল : নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ সংকল্প

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী যুঁজ অব্যাহত ৰখা ৭০ টা সংগঠনৰ সৈতে এইবাৰ ঐক্যমত পোষণ কৰিলে মিত্ৰতা ভংগ কৰি বিজেপি...

Read moreDetails

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ অসমৰ পৰা যোৱা অবৈধ ৫ জন বাংলাদেশী নাগৰিক

মহাৰাষ্ট্ৰ আৰক্ষীৰ এন্টি টেৰ’ৰিজম স্কোৱাড (এ টি এছ) এ ৰাজ্যখনৰ পালঘৰ জিলাৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ৫ জন...

Read moreDetails

বিতৰ্কত ‘শৈশৱতে ধেমালিতে’

‘শৈশৱতে ধেমালিতে’ অসমীয়া চিনেমাই প্ৰথম অসমীয়া চিনেমা হিচাপে গ’ল্ডেল ৰীল এৱাৰ্ডলৈ বিদেশী ছবিৰ শিতানত ৬ টাকৈ শাখাৰ বাবে মনোনয়ন লাভ...

Read moreDetails

বন্যপ্ৰাণীৰ প্ৰতি নৃশংসতা : বাঘ নিধনৰ ক্ষেত্ৰত দেশৰ তৃতীয় স্থানত অসম

বন্যপ্রাণীৰ প্রতি নৃশংসতা প্ৰদৰ্শনৰ ক্ষেত্ৰত অসম দেশখনৰ ভিতৰত আগশাৰীত স্থান লাভ কৰিছে। অসমৰ জাতীয় সম্পদ হিচাপে পৰিচিত গঁড় হত্যাৰ বাবে...

Read moreDetails

আন্দোলনৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক ৰেহাই দিয়াৰ আহ্বান শিক্ষা মন্ত্ৰীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক তথা জনজাতিকৰণৰ বিষয়কলৈ শেহতীয়াভাৱে ৰাজ্যখনত চলি থকা প্ৰতিবাদী আন্দোলনৰ ফলত যাতে মেট্ৰিক পৰীক্ষাৰ্থীসকল ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে...

Read moreDetails

জনজাতিকৰণ: ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা, ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন পৰিষদ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ...

Read moreDetails

অসম বন্ধ নহয়, এইবাৰ স্তব্ধ হ’ব প্ৰশাসন

ঐতিহাসিক অসম আন্দোলনৰ সময়ত ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ শ্ল’গানেৰে আন্দোলনত জঁপিয়াই পৰিছিল সদৌ অসম কৰ্মচাৰী পৰিষদ। যাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ...

Read moreDetails

জন্মত ভুল আছিল হিমন্ত-সৰ্বানন্দৰ!

সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ নেতৃত্ব দি অগপৰ মজিয়াই দি গৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। কিন্তু...

Read moreDetails

গণতন্ত্ৰ চেৰাই গৃহীত নহয় বিধেয়ক: বিজেপি

গণতন্ত্ৰক চেৰাই গৈ ৰাজ্যসভাত গ্ৰহণ কৰা নহয় নাগৰিকত্ব বিধেয়ক, এই মন্তব্য অসম বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱলৰ। “বিলখন গণতান্ত্ৰিকভাৱে লোকসভাত গ্ৰহণ...

Read moreDetails

সংবিধান বিৰোধী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা নোবেল বিজয়ী অমৰ্ত্য সেনৰ

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনক ভাৰতীয় সংবিধানবিৰোধী বুলি মন্তৱ্য কৰিছে নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য...

Read moreDetails
Page 4874 of 5267 1 4,873 4,874 4,875 5,267

Stay Connected

Recent News