• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্মত ভুল আছিল হিমন্ত-সৰ্বানন্দৰ!

গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰ আগত মন্তব্য অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 20, 2019 6:38 pm
Tarun Gogoi former assam cm slams BJP

তৰুণ গগৈ। ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ নেতৃত্ব দি অগপৰ মজিয়াই দি গৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। কিন্তু এতিয়া সোণোৱালৰ অসমীয়াত্বক লৈ উত্থাপিত হৈছে প্ৰশ্ন।

তৰুণ গগৈৰ মতে সৰ্বানন্দ সোণোৱাল ‘এক্সিডেন্টেল অসমীয়া’। কেৱল সোণোৱালেই নহয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ‘এক্সিডেন্টেল অসমীয়া’। তেওঁলোক অসমী আইৰ সন্তান ভুলতেই হোৱা বুলিও গগৈয়ে মন্তব্য কৰে।

Apply Now

‘সৰ্বানন্দ সোণোৱাল এক্সিডেন্টেল অসমীয়া, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এক্সিডেন্টেল অসমীয়াহে। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ জন্ম ভুলতে অসমত হ’ল এওঁলোকৰ জন্ম আচলতে বাংলাদেশতহে হ’ব লাগিছিল, সোণোৱালে আই অসমী ক’ব নালাগে, সোণোৱালে পদ্দাকহে আই বুলিব লাগে’, তৰুণ গগৈয়ে এইদৰে কয়।

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন দলীয় সভাৰ পাছত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

কেৱল সিমানেই নহয় অমিত শ্বাহৰ ধমক খাইহে নিমাতী কইনা মুখ্য মন্ত্ৰী সোণোৱালৰ মাত ফুটিছে বুলিও গগৈয়ে কটাক্ষ কৰে।

মন কৰিবলগীয়া যে, বিগত দিনবোৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজে আন্দোলন কৰি থকাৰ বিপৰীতে বিজেপিৰ নেতাসকলে বিধেয়কৰ পক্ষত বিভিন্ন ধৰণৰ যুক্তি দাঙি ধৰিছিল। ইয়াৰ বিপৰীতে তেনে সময়ত এই সন্দৰ্ভত মুখ্য মন্ত্ৰী সেণোৱালে মুখ খুলি ক’তো একো মন্তব্য কৰা নাছিল। যাৰ বাবে আছুকে ধৰি বিভিন্ন সংগঠনে মুখ্য মন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ বাবেও দাবী জনাইছিল।

কিন্তু হঠাতে যোৱা দুদিন মানৰ পৰা বিধেয়কখনক লৈ কেইবাখনো সভাত মুখ্য মন্ত্ৰীয়ে বিশ্লেষণ আগবঢ়োৱা পৰিলক্ষিত হৈছে। তেওঁ আনকি বিভিন্ন জনে বিধেয়কখনৰ বিপক্ষে ৰাইজৰ মাজত ভুল বাৰ্তা বিয়পাই দিয়া বুলিও মন্তব্য কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd