শীর্ষ সংবাদ

মোদীৰ ‘নিমন্ত্ৰণ বাতিল’ বাতৰিৰ স্পষ্টীকৰণ মৰিগাওঁ অধিৱেশনৰ আদৰণি সমিতিৰ

আগন্তুক মৰিগাওঁ অধিৱেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘত মেৰু বিভাজন হৈছে বুলি এটা...

Read moreDetails

ভোগালীৰ ভোগ ত্যাগ কৰি অনশনত ৭০টা সংগঠনৰ প্ৰতিনিধি

সমগ্ৰ অসমীয়াই কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আন্দোলনটোক চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত ভোগালীৰ আনন্দৰ পৰা বিৰত থকাৰ লগতে উৰুকাৰ...

Read moreDetails

সলনি হৈছে দিন-কাল!! বিহুৰ মেজিটোও বজাৰৰ পণ্যৰ মাজলৈ আহিল

সময়ৰ গতিত কি সলনি নহয়! সময়ে কেৱল ভেলাঘৰৰ চেহেৰাকে সলনি কৰা নাই। অসমীয়া লোকজীৱনত মাঘ বিহুৰ অন্যতম বৈশিষ্ট্য মেজিটোও এতিয়া...

Read moreDetails

মিত্ৰতা এৰাৰ পিছত প্ৰথম আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে অগপই

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই বিজেপিৰে মিত্ৰতা ছেদ কৰা অসম গণ পৰিষদ দলে আগন্তুক দিনত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী...

Read moreDetails

শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ আহ্বান : বিহুৰ দিনা দবা, শংখ, তাল বজাই বিধেয়কৰ বিৰুদ্ধে অসমীয়া এক হওক

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ব্যাপক বিৰোধিতাৰ মাজেৰে অসম্প্ৰদায়িক চৰিত্ৰ প্ৰদৰ্শন কৰা অসমীয়াসকলক আজি অহা সংকটৰ সময়ত গুৰু দুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ...

Read moreDetails

কেন্দ্ৰৰ আপোনাৰ কম্পিউটাৰত থকা গোপনীয় তথ্য লোৱাৰ অধিকাৰত বাধা দিব পাৰে উচ্চতম ন্যায়ালয়ে

দেশৰ নাগৰিকৰ ব্যক্তিগত কম্পিউটাৰত থকা গোপনীয়, ব্যক্তিগতকে ধৰি সকলো ধৰণৰ তথ্যৰ ওপৰত কেন্দ্ৰই ইয়াৰ দহটা এজেন্সিক চোৰাংচোৱাগিৰি কৰাৰ যি অধিকাৰ...

Read moreDetails

বিজেপিৰ নেতাৰ প্ৰৱেশ নিষিদ্ধ হ’ল গুৱাহাটী বিশ্ববিদ্যালয়তো

নাগৰিকত্ব সংশোধনী বিধেযক ২০১৬ বাতিল নোহোৱা পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বিজেপি নেতাক। ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ছাত্ৰ...

Read moreDetails

হিমন্তক অধ্যক্ষ হিচাপে লৈ মন্ত্ৰী পৰ্য্যায়ৰ কমিটী গঠন; নিৰ্বাচনৰ আগত জনজাতিকৰণক লৈ বিজেপিৰ ‘নাটক’

  বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি কোৱা...

Read moreDetails

অধিৱেশনলৈ আহিব নালাগে প্ৰধান মন্ত্ৰী মোদী, অভূতপূৰ্ব সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ

পূৰ্বৰ আমন্ত্ৰণ প্ৰত্যাহাৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক মৰিগাওঁ অধিৱেশনলৈ নাহিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে সংগঠনটোৱে। অসমৰ ৰাইজে...

Read moreDetails

কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশ ল’বলৈ আহি ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্য মন্ত্ৰী সোণোৱাল

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত মুখ বন্ধ ৰখা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা বিশ্ববিদ্যালয়ৰ পঞ্চমবাৰ্ষিক সমাবৰ্তনত অংশ ল’বলৈ আহি সন্মুখীন...

Read moreDetails
Page 4880 of 5265 1 4,879 4,880 4,881 5,265

Stay Connected

Recent News