শীর্ষ সংবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আই আই টি গুৱাহাটীত তীব্ৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী আইআইটিৰ ছাত্ৰ সমাজ আৰু আবাসী সকলে মুখত ক’লা কাপোৰ বান্ধি,বেনাৰ পষ্টাৰ লৈ বৃহস্পতিবাৰে মৌন প্ৰতিবাদ...

Read moreDetails

কটনত ছাত্ৰৰ মন্ত্ৰণা সভা, বিধেয়ক বিৰোধী ঐক্যবদ্ধ টঙালি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰবল আন্দোলন আৰু জনমতক তিলমানো গুৰুত্ব নিদিলে বিজেপি নেতৃত্বাধীন চৰকাৰে। অসমৰ ৰাইজ, দল-সংগঠনৰ...

Read moreDetails

প্ৰফুল্ল মহন্তই বিধায়ক পদ ত্যাগ কৰি পুনৰ নিৰ্বাচন খেলি জিকি দেখুৱাওক : আৱাল

অগপই মিত্ৰজোঁট ত্যাগ কৰি ওলাই অহাৰ পাছৰ দিনাই প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিক চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচন...

Read moreDetails

‘মই অসমীয়া’ প’ষ্টৰ পিছতে এনবিটি ত্যাগ মন্ত্ৰী পত্নী, মাকাম স্ৰষ্টা ৰীতা চৌধুৰীৰ

“মই অসমীয়া” বোলা শেহতীয়া এক ফে’চবুক প’ষ্টৰ পিছতে বৃ্হস্পতিবাৰে নেচনেল বুক ত্ৰাস্তৰ সঞ্চালিকা পদ ত্যাগ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী,...

Read moreDetails

থৰকাছুটি হেৰাইছে ৰাজ্যিক বিজেপিৰ : ক’লে অসমলৈ অহা নাই বাংলাদেশী!

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ...

Read moreDetails

খিলঞ্জীয়াক গুলী, বৰ্বৰ আক্ৰমণ: ত্ৰিপুৰা অভিমুখে ঢাপলি আছুৰ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আহ্বায়িত যোৱা ৮ জানুৱাৰিৰ উত্তৰ-পূব বন্ধত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা ত্ৰিপুৰাৰ খিলঞ্জীয়া প্ৰতিবাদীৰ কাষত থিয় দিয়াৰ...

Read moreDetails

আছুক নেতৃত্ব লোৱাৰ আহ্বান প্রাক্তন মুখ্য মন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈ আছে আন্দোলন। ৰাইজৰ প্ৰবল আন্দোলনক কোনো ধৰণৰ গুৰুত্ব নিদি বিজেপিয়ে বিধেয়কখন লোকসভাত গৃহীত...

Read moreDetails

প্ৰকৃততে কি কৈছিল ড০ হীৰেন গোঁহাইয়ে?, পঢ়ক প্ৰতিবাদী সভাত দিয়া ভাষণৰ পূৰ্ণপাঠ

চৰকাৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ‘ৰাষ্ট্ৰদ্ৰোহ’ৰ গোচৰ ৰুজু কৰাৰ পাছত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু প্ৰকৃততে ড০ গোহাঁইয়ে...

Read moreDetails

ত্ৰিপুৰাত খিলঞ্জীয়াক গুলীবৰ্ষণৰ দৃষ্টান্তৰে ভোগালী বিহুত ‘থলগিৰী’ক ন আহ্বান আলফা (স্বাধীন)ৰ

আছু আৰু নেছ’ আহ্বায়িত উত্তৰ-পূব বন্ধত চুবুৰীয়া ত্ৰিপুৰাত “খিলঞ্জীয়াক গুলীচালনা”ৰ উদাহৰণেৰে ভোগালী বিহুক কেৱল উৎসৱ উদযাপনৰ সময়ৰূপে নলৈ “ভাৰতীয় দখলদাৰি”ত্বৰ...

Read moreDetails

Video|| শিৰত ‘ৰাষ্ট্ৰদ্ৰোহ’ লৈ প্ৰথম প্ৰতিক্ৰিয়া ৮০ বছৰীয়া হীৰেন গোহাঁইৰ

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱাৰ পিছতে বৃহস্পতিবাৰে নৰ্থ ইষ্ট নাও-ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হীৰেন গোহাঁয়ে। বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীৰ লগতে অখিল গগৈ আৰু...

Read moreDetails
Page 4885 of 5264 1 4,884 4,885 4,886 5,264

Stay Connected

Recent News