শীর্ষ সংবাদ

সোণোৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ; বয়োবৃদ্ধ মুক্তি যুঁজাৰুসকল নামিব গণ সত্যাগ্ৰহত

নিজৰ প্ৰাপ্যৰ দাবীত দিব্যাংগসকলৰ লগতে সমাজৰ বিভিন্ন অংশৰ লোকে ৰাজপথলৈ ওলাব লগা হোৱাৰ সময়তে এইবাৰ বয়োবৃদ্ধ মুক্তি যুঁজাৰুসকলো সোণোৱাল চৰকাৰৰ...

Read moreDetails

গৱেষক-ভাষাবিদ ড০ উপেন ৰাভা হাকাচামলৈ ‘ঐক্য সমন্বয় বঁটা’

শিৱসাগৰৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান 'ঐক্য'ই ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫ ডিচেম্বৰত গৱেষক-ভাষাবিদ ড° উপেন ৰাভা হাকাচামক...

Read moreDetails

উত্তৰ-দক্ষিণপাৰৰ লোকৰ বাস্তাৱায়িত হ’ল সপোন : বগীবিল দলঙৰ ওপৰেৰে চলিল বাছ

দুটা দশকৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ বাবে মুকলি কৰিলে দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল...

Read moreDetails

ন্যায়পালিকাতো এছ টি-এছ চিৰ বাবে সংৰক্ষণৰ পোষকতা কেন্দ্ৰীয় আইন মন্ত্ৰীৰ

দেশৰ ন্যায়পালিকাতো অন্যান্য ক্ষেত্ৰৰ দৰে পিছপৰা সম্প্ৰদায়, বিশেষকৈ এছ টি আৰু এছ চিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰিছে আইন মন্ত্ৰী...

Read moreDetails

নিষ্ঠুৰতাৰ চূড়ান্ত নিদৰ্শন : সামান্য খেজুৰৰ ৰস খোৱা বাবেই নিৰ্মম প্ৰহাৰেৰে ঘুণীয়া কৰিলে আঠবছৰীয়া শিশুক

অপৰাধৰ ভাষা নুবুজা এটি শিশুৰ ওপৰত বৰ্বৰ আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে বৰপেটা জিলাৰ হাউলী অঞ্চল। সামান্য খেজুৰৰ ৰস খোৱাৰ অপৰাধতে মুক্তাৰ...

Read moreDetails

অসম জাতীয় বিদ্যালয়ে গৌৰৱেৰে সম্পূৰ্ণ কৰিলে ২৫ বছৰ; আজিৰ পৰা ৰূপালী জয়ন্তী সমাৰোহ

ইংৰাজী মাধ্যমৰ প্ৰৱল আগ্ৰাসনৰ সোঁতৰ মাজত সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ হিচাপে প্ৰায় সকলো অসমীয়াই গণ্য কৰা অসম জাতীয়...

Read moreDetails

অকৃতজ্ঞতা? প্ৰাক্তন প্ৰধান মন্ত্ৰী দেৱেগৌড়াক নিমন্ত্ৰণ নকৰিলে বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানলৈ

পূৰ্বৰ প্ৰধান মন্ত্ৰী বা চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ বৃহৎ প্ৰকল্পবোৰে সম্পূৰ্ণতা পোৱাৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ কৃতিত্ব...

Read moreDetails

আৰক্ষীৰ ক্ষমতাক ভেঙুচালি; জাগীৰোডত থানাৰ মাটিকে বেদখল

বীৰদৰ্পে উচ্ছেদ অভিযান চলাই সাধাৰণ মানুহৰ ঘৰ-দুৱাৰ মুহূৰ্তৰ ভিতৰতে চূৰমাৰ কৰা আৰক্ষীৰ ক্ষমতাক ভেঙুচালি কৰি আৰক্ষী থানাৰ মাটিকে বেদখল কৰাৰ...

Read moreDetails

টংলাত নৱবৰ্ষত বিক্ৰীৰ বাবে অবৈধভাৱে মজুত কৰা ২০০ কাৰ্টন সুৰা জব্দ

অৰুণাচলৰ পৰা অবৈধভাৱে অহা সুৰাই ৰাজ্য চৰকাৰক বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত কৰি থকাৰ মাজতে ২৫ ডিচেম্বৰত টংলাত এটা ভাৰাঘৰৰ...

Read moreDetails

বগীবিল দলং: বীৰেন বৈশ্যলৈ মনত নপৰিল মোদীৰ

বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰি নৰেন্দ্ৰ মোদীয়ে বহু কথাই ক’লেও অসমবাসীৰ বহু প্ৰত্যাশিত দলংখনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অগপ নেতা...

Read moreDetails
Page 4901 of 5259 1 4,900 4,901 4,902 5,259

Stay Connected

Recent News