• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অকৃতজ্ঞতা? প্ৰাক্তন প্ৰধান মন্ত্ৰী দেৱেগৌড়াক নিমন্ত্ৰণ নকৰিলে বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানলৈ

মোকনো কোনে মনত ৰাখে? খেদ প্ৰকাশ কৰি ক’লে দেৱেগৌড়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 8:36 am
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধন কৰাৰ দৃশ্য। ফটো : য়ু বি।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধন কৰাৰ দৃশ্য। ফটো : য়ু বি।

1.3k
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ প্ৰধান মন্ত্ৰী বা চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ বৃহৎ প্ৰকল্পবোৰে সম্পূৰ্ণতা পোৱাৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ কৃতিত্ব দাবীৰ মাজেৰে সেইবোৰ উদ্বোধন কৰাটো কোনো নতুন কথা নহয়।

কিন্তু তাৰ মাজতো পূৰ্বৰ প্ৰধান ভূমিকা লওঁতাজনলৈ মনত নেপেলোৱাটো অতি দৃষ্টিকটু আচৰণত পৰিণত হৈছে। কেৱল মোদীৰে নহয়, এই স্বভাৱ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰো আছে বুলি এতিয়া জনৰৱ দেখা গৈছে। ২৫ ডিচেম্বৰত দেশৰ সৰ্বাধিক দীঘল ৰে’ল আৰু পথ দলঙত পৰিণত হোৱা বগীবিল দলং প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধন কৰাৰ পিছতে অনুৰূপ অভিযোগ উঠিছে।

বগীবিল দলঙৰ বাবে ১৯৯৭ চনতে অনুমোদন জনোৱা আৰু দলংখনৰ আধাৰশিলা স্থাপন কৰা তদানীন্তন প্ৰধান মন্ত্ৰী এইচ্ছ ডি দেৱেগৌড়াক উদ্বোধনী অনুষ্ঠানটোলৈ নিমন্ত্ৰণ নজনোৱা কথাটো এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা হৈছে।

আনকি খোদ দেৱেগৌড়াই খেদ প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, ‘অহ ৰাম, মোকনো কোনে মনত ৰাখে?’

উল্লেখযোগ্য যে অগপৰ তেতিয়াৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি বহুকেইজন অসমৰ সাংসদ-নেতায়ো এই বগীবিল দলংখন দেৱেগৌড়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা আদায় কৰাত যথেষ্ট সংগ্ৰাম কৰিছিল যদিও তেওঁলোককো উপেক্ষা কৰা হ’ল অনুষ্ঠানটোত। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ৪.৯ কিলোমিটাৰৰ এই দেশৰ ভিতৰতে উল্লেখযোগ্য দলংখনৰ কৃতিত্বৰ প্ৰকৃত দাবীদাৰসকলক লাইমলাইটলৈ আনিলে বিজেপিৰ বাবে একো নাথাকিব বুলি ভাবিয়েই এইবোৰ অসৌজন্যৰ প্ৰদৰ্শন কৰা হ’ল বুলি একাংশই মত প্ৰকাশ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd