শীর্ষ সংবাদ

ৰাহুল গান্ধীৰ তুৰা ভ্ৰমণ বাতিলঃ ২০ বছৰ পুৰণি পৱন হন্স হেলিকপ্তাৰ নাকচ কৰিলে গান্ধীৰ নিৰাপত্তা দলে

কংগ্ৰেছৰ সৰ্ব ভাৰতীয় সভাপতি ৰাহুল গান্ধীৰ তুৰা ভ্ৰমণ বাতিল কৰা হৈছে। নেতাজনে ৩০ জানুৱাৰিত তুৰা ভ্ৰমণ কৰাৰ কথা আছিল। জানিব...

Read more

গুৱাহাটীত নিৰ্মাণ হ’ব ৬৫ মহলীয়া যুৰীয়া অট্টালিকাৰ বাণিজ্য কেন্দ্ৰ

গুৱাহাটীত নিৰ্মাণ হ’ব যুৰীয়া অট্টালিকাৰ এক বাণিজ্য কেন্দ্ৰ। এই অট্টালিকা নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণ নিগম লিমিটেডৰ সৈতে স্বাক্ষৰ কৰা...

Read more

অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অৰুণাচল মহোৎসৱ

গুৱাহাটীৰ অৰুণাচল ছাত্ৰ সন্থাই চানমাৰিৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয় খেল পথাৰত এখন অৰুণাচল মহোৎসৱৰ আয়োজন কৰিছে। অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৯...

Read more

মাইবঙৰ গুলীচালনা : ৩০ জানুৱাৰিত দিল্লীত প্ৰতিবাদ কৰিব দিল্লী একশ্যন কমিটি ফৰ আছামে

অলপতে ডিমা হাচাও জিলাৰ মাইবঙত প্ৰতিবাদীকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনাৰ বিৰুদ্ধে  অহা মঙলবাৰে নতুন দিল্লীত দিল্লী একশ্যন কমিটি ফৰ...

Read more

আফ্ছপা সম্পর্কত পুনর্বিবেচনা কৰাৰ সময় অহা নাই : সেনা মুৰব্বী

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটে দেওবাৰে কয় যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফ‌্ছপা))ৰ কোনো ধৰণৰ পুনৰ্বিবেচনা বা ইয়াৰ কিছুমান...

Read more

নামচাইত সেনাৰ কনভয়ত আক্ৰমণৰ ঘটনা : সেনাই আটক কৰিলে এগৰাকী ছালফা সদস্য খেকক

অৰুণাচলৰ নামচাই জিলাত যোৱা ২৪ জানুৱাৰিত সন্দেহযুক্ত আলফা (স্বা:) আৰু এনএছচিএন(কে)ৰ দ্বাৰা সেনাৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ লগত জড়িত এগৰাকী আত্মসমৰ্পনকাৰী...

Read more

জগদম্বা মালেৰ প্ৰস্তাৱেৰে চৰকাৰে অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া পৰীক্ষা কৰিছিলঃ ‘মাছ’ৰ সভাত অভিযোগ ডিমাচা ছাত্ৰ নেতাৰ

‘জগদম্বা মালেৰ প্ৰস্তাৱৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰিছিল যে এনেকুৱা ধৰণৰ প্ৰস্তাৱে অসমত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব...

Read more

‘চাওতালসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ’- বোকাখাটত আন্তৰ্জাতিক চাওতাল অধিৱেশনত ঘোষণা মুখ্য মন্ত্ৰীৰ

'ৰাজ্যখনৰ অৰ্থনীতিলৈ চাওতাল সম্প্ৰদায়ৰ জনসাধাৰণে বৃহৎ বৰঙণি যোগাই আহিছে। চাওতালসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ।' আজি গোলাঘাট জিলাৰ বোকাখাত নাট্য...

Read more

গুৱাহাটী প্ৰে’ছ ক্লাবৰ চিনাকি মুখ বয়োজ্যেষ্ঠ সাংবাদিক দয়া নাথ সিং আৰু নাই

গুৱাহাটী প্ৰে’ছ ক্লাবত চিৰ বিদ্যমান, প্ৰে’ছ ক্লাবৰ চিনাকি মুখ, সকলো সাংবাদিকৰ ‘সিং দা’ বয়োজ্যেষ্ঠ সাংবাদিক দয়া নাথ সিং আৰু নাই।...

Read more

ভাৰতীয় ফুটবলৰ পিতৃ পুৰুষ তালিমেৰেন আওক সুঁৱৰি

তালিমেৰেন আওৰ জন্ম হৈছিল তাহানিৰ অবিভক্ত অসমৰ নাগা পাৰ্বত্য জিলাৰ চাংকিত ১৯১৮ চনৰ ২৮ জানুৱাৰিত। পিতাক ৰেৱাৰেণ্ড চুবংৱতি নিংদাংগ্ৰি আও...

Read more
Page 4914 of 4931 1 4,913 4,914 4,915 4,931

Recent News