• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন ‘মি. ডিব্ৰুগড় বিশ্ববিদ্যালয়’ৰ পুডুচেৰিত মৃত্যু; সাগৰৰ তীৰত অনুশীলন চলাই থাকোতেই ডুবিল পানীত

পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণী পাই উত্তীৰ্ণ হৈছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান ঋতুৰাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2018 9:06 pm
RiturajBora

পুডুচেৰিত সাগৰত ডুব গৈ মৃত্যুমুখত পৰা ডিব্ৰুগড়ৰ ঋতুৰাজ বৰা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন ‘মি. ডিব্ৰুগড় বিশ্ববিদ্যালয়’ তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলিবল, হেণ্ডবল খেলুৱৈ ঋতুৰাজ বৰা নামৰ ডিব্ৰুগড়ৰ মিলন নগৰৰ যুৱকজন কালিৰ পৰা পুডুচেৰিৰ ছেৰিনিটি উপকূলত সন্ধানহীন হৈ থকাৰ পিছত আজি তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। সাগৰৰ উপকূলৰ পানীত ওপঙি থকা অৱস্থাত অভিযানকাৰী দলে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ সূত্ৰই জনোৱামতে, তেওঁ কালি ৩জন লগৰীয়াৰ সৈতে নিয়মীয়া অনুশীলনৰ বাবে সাগৰ তীৰলৈ গৈছিল। উপকূলৰক্ষীয়ে সাগৰৰ পৰিস্থিতি অনুকূল নহয় বুলি কোৱা আৰু বাধা দিয়া সত্ত্বেও চাৰিওজনে উপকূলৰ বালিত অনুশীলন চলাবলৈ গৈছিল। পিছত ডাঙৰ ঢৌ অহাত বাকীকেইজন উভতি আহিল যদিও ঋতুৰাজ পিছুৱাই অহা নাছিল। পিছত তেওঁক বন্ধুকেইজনে বিচাৰি নাপায় উপকূলৰক্ষীক খবৰ দিয়ে। আজি তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

Apply Now

২০১৬ চনৰ মি. ডিব্ৰুগড় য়ুনিভাৰ্ছিটি খিতাপধাৰী যুৱকজনে পুডুচেৰিত ফিজিকেল এডুকেইশ্যনত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছিল। তেওঁ ব’ডি বিল্ডাৰ হোৱাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভলিবল আৰু হেণ্ডবল খেলি কৃতিত্ব আৰ্জিছিল। পুডুচেৰি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাতো তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হৈ আহিছিল প্ৰতিটো পৰীক্ষা। তেওঁ এইবাৰ অন্তিমটো ছিমেষ্টাৰত অৱতীৰ্ণ হ’বলৈ গৈ আছিল।

ঋতুৰাজৰ মৃতদেহ বিশেষ বিমানযোগে আজি ডিব্ৰুগড় পোৱাৰ কথা। মেধাৱী আৰু প্ৰতিভাশালী যুৱকজনৰ মৃত্যুত ডিব্ৰুগড় মিলন নগৰৰ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd