• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিজন অসমীয়াই বিজেপিক উচিত প্ৰত্যুত্তৰ দিব লাগিব পঞ্চায়ত নিৰ্বাচনত : ধৈয্য কোঁৱৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 13, 2018 7:08 am

1 min read

FB_IMG_1542033526564

ফটো : নৰ্থ-ইষ্ট নাও

421
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অখিল গগৈৰ নেতৃত্বত ৬০টা জাতীয় সংগঠনে দেওবাৰে শদিয়াৰ পৰা আৰম্ভ কৰা সংকল্প যাত্ৰা আজি শিৱসাগৰত আহি উপস্থিত হয়।

সংকল্প যাত্ৰা শিৱসাগৰত উপস্থিত হোৱাৰ পাছতে নগৰৰ দ’লমুখ চাৰি আলিত ৬০ টা জাতীয় সংগঠনৰ কেইবাশ প্ৰতিনিধিৰ উপস্থতিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

এই প্ৰতিবাদী সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈয্য কোঁৱৰে বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱালৈকে প্ৰতিজন অসমীয়াই ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি যাব। সাম্প্ৰদায়িক বিজেপি চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰি হিন্দু বাংলাদেশীক স্বদেশী সজাই অসমক হিন্দু ৰাষ্ট্ৰ কৰাৰ ষড়যন্ত্ৰত ব্ৰতী হৈছে’।

‘অসমীয়াৰ গাত শেষ বিন্দু তেজ থকালৈকে আমি সংগ্ৰাম চলাই যাম। সেয়ে এনেধৰণৰ জাতিদ্ৰোহী চৰকাৰক প্ৰতিজন অসম প্ৰেমী ৰাইজে উপযুক্ত প্ৰত্যুত্তৰ দিব লাগিব’। এইদৰে উল্লেখ কৰে কৃষক নেতা ধৈয্য কোঁৱৰে।

এই প্ৰতিবাদী সভাত আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁই, কাৰ্য্যকৰী সভাপতি লোহিত গগৈ, আহোম জাতীয় গণমঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া, উজনি অসম মুছলিম কল্যান পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি মনিৰুল ইছলাম বড়া, পি চি পি ডি ৰ অৰ্জুন গোৱালা, দিগন্ত কোঁৱৰ, আহোম সেনাৰ সভাপতি অংকুৰণ ফুকন, টাইপাৰ জিলা সভাপতি দিগন্ত তামুলীয়ে জাতিদ্ৰোহী বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd