শীর্ষ সংবাদ

ন্যায়াধিকৰণত গোচৰ চলি থকা এজনো লোকৰ নাম অন্তৰ্ভুক্ত নহয় চূড়ান্ত এন আৰ চিত : প্ৰতীক হাজেলা

বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা এজন লোকৰো নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক...

Read moreDetails

ডিৰাকত সন্দেহজনক আলফা(স্বা)ৰ গুলীচালনা, এজনক আটক

তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটত শনিবাৰে সন্দেহজনক আলফা স্বাধীনৰ সদস্যই গুলীচালনা কৰাৰ সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণী মতে, ডিৰাক গেটৰ...

Read moreDetails

গোচৰৰ পিছত গোচৰ ৰুজু : মমতাৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে আছাম পাব্লিক ৱৰ্কছে

এন আৰ চিক লৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ক্ৰমাৎ অসমত বৃদ্ধি পাবলৈ লৈছে।...

Read moreDetails

বিশ্ব মাতৃদুগ্ধপান সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত স্থাপন মাতৃদুগ্ধপান কক্ষ

আগষ্টৰ ১ৰ পৰা ৭ তাৰিখলৈ পালিত হ’বলগীয়া বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ সৈতে সংগতি ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেই পল্টন বজাৰস্থিত গুৱাহাটী...

Read moreDetails

স্থানীয় মহিলাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা মেজৰ লিটুল গগৈৰ

অসমৰ নামৰূপত জন্মগ্ৰহণ কৰা তথা ৫৩ ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ লিটুল গগৈক সেনা অনুসন্ধান অদালতে দোষী সাব্যস্ত কৰাৰ সম্ভৱনা আছে। তেওঁ...

Read moreDetails

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ বৰঙণি : ডাঃ সৰ্বেশ্বৰ চহৰীয়াক ডি লিট প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা অসমৰ এগৰাকী সু-চিকিৎসক ডাঃ সৰ্বেশ্বৰ চহৰীয়াক গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰিব।...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰকৃতি সংগঠন আৰণ্যকে আগবঢ়ালে যন্ত্ৰ চালিত নাও

কাজিৰঙাৰ সুৰক্ষাৰ কামত ব্যৱহাৰ হোৱাকৈ এখন যন্ত্ৰ চালিত নাও শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক প্ৰদান কৰে দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন...

Read moreDetails

শিৱসাগৰ জিলাৰ জাঁ‌জী কঠালগুৰিত ভয়াবহ দুৰ্ঘটনাত আহত ৩ জন

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁ‌জী কঠালগুৰিত আজি পুৱতি নিশা এটা ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাটোত তিনিজন লোক আহত...

Read moreDetails

শিলচৰত তৃণমূলৰ দলে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল : সংসদত গৃহমন্ত্ৰী ৰাজনাথ সিং

এন আৰ চিকলৈ ৰাজনীতি আৰম্ভ কৰা মমতা বেনাৰ্জী-নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ সাংসদসকলক শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ...

Read moreDetails

পশ্চিম বংগৰ সাংবাদিকক অসম ত্যাগ কৰাৰ দাবী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ

পশ্চিমবংগৰ ৫০ জন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিকে শিলচৰত বাহৰ পাতি সদ্য প্রকাশিত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰসংগত বিভ্রান্তিমূলক...

Read moreDetails
Page 4956 of 5212 1 4,955 4,956 4,957 5,212

Stay Connected

Recent News