• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2018 7:04 pm
Hagrama VS Naba

ফাইল ফটো: হাগ্ৰামা মহিলাৰী আৰু নৱ শৰণীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা নাই। বিটিচিত ভিচিডিচিৰ পৰিৱৰ্তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’ব লাগে। আজি দিচপুৰ প্ৰেছক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই।

তেওঁ লগতে অভিযোগ কৰি কয় যে এডৰা মাটি নথকা কোনো ব্যৱসায় নথকা সত্ত্বেও ভিচিডিচিৰ অধ্যক্ষ হ’লে তেওঁলোকে ২ বছৰতে ডাঙৰ ডাঙৰ ঘৰ নিৰ্মাণ কৰিব পাৰে।

Apply Now

আনহাতে, ভিচিডিচিৰ অধীনত কোটি কোটি টকা হৰলুকি হোৱাৰ বাবে দীৰ্ঘদিন ধৰি ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰীক পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ আহ্বান জনাই অহা বুলিও শৰণীয়াই উক্ত সংবাদমেলত সদৰী কৰে।

তদুপৰি, ২০১২ চনতে বড়োলেণ্ড ভিলেজ কাউন্সিল বিল ২০১২’ ৰাজ্যসভাত গৃহীত হৈ অহাৰ পাছতো ৰাজ্যপালে স্বাক্ষৰ কৰি এই বিলখন কাৰ্য্যকৰী নকৰাৰ অভিযোগ তুলি তেওঁ লগতে কয় যে উক্ত বিলখনৰ জৰিয়তে বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হ’লহেঁতেন।

তেওঁ লগতে কয়, ‘’পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন নোহোৱা বাবে বিটিএডিৰ নাথ, যোগী, কোচ-ৰাজবংশী বা অন্যান্য জনগোষ্ঠীৰ লোকসকল ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, চাকৰিৰ অধিকাৰ আৰু বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।‘’

আনহাতে, বিটিচি অঞ্চলৰ পৰা হৰলুকি হোৱা ধন ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে লাভ কৰে নেকি বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’যদি নাপায় তেন্তে চৰকাৰে অতি সোনকালে উক্ত বিলখন পাছ কৰিব লাগে।‘‘

তদুপৰি বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদে অ-বড়ো লোকসকলৰ আশা-আকাংক্ষা পূৰণত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে শৰণীয়াই।

ইপিনে, বিটিএডিত চাৰিখন জিলা অন্তৰ্ভুক্ত হৈ থকাৰ পাছতো কিয় এখন স্বায়ত্ত শাসিত পৰিষদ আছে বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’কাৰ্বি আংলং এখন জিলা গতিকে স্বায়ত্ত শাসিত পৰিষদ থাকিব পাৰে, কিন্তু বিটিএডিত এজন প্ৰধান সচিবে এখন পৰিষদ পৰিচালনা কৰাটো সহজ নহয়।‘’

আনহাতে, এই একেখন সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত শৰণীয়াৰ স্থিতি জানিব বিচৰাত তেওঁ কয়, ‘‘বিপিএফে মনে মনে নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন জনাই আছে।‘’

তদুপৰি, এই ক্ষেত্ৰত তেওঁ কোনোপধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থনত নাই বুলি জানিবলৈ দিয়াৰ লগতে বিলখন সংসদত উত্থাপন হ’লে তেওঁৰ স্থিতি প্ৰকাশ কৰিব বুলি কয়।

কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশী অনাৰ স্বাৰ্থত তথা অসমীয়াৰ মাজত বিভাজন অনাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখন অনা বুলি তেওঁ উক্ত সংবাদমেলত সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd