শীর্ষ সংবাদ

ডিমৌত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যু মহিলাৰ

শনিবাৰে নিশা শি‌ৱসাগৰৰ ডিমৌত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ চিতলীয়া গোৰ্খা চাপৰিত সংঘটিত...

Read more

জাতিৰ স্বাৰ্থত বেলতলা বজাৰত অখিল গগৈ – মীৰা বৰঠাকুৰৰ ঐতিহাসিক মিলন

বেলতলা বজাৰত অখিল গগৈয়ে আজি  নিজেই ব্যৱসায়ীসকলক লগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰ বিতৰণ কৰে। নাগৰিকত্ব...

Read more

অসমীয়াৰ বিড়ম্বনা : জাতীয়তাবাদৰ নেতৃত্ব নিব কোনে?

অসমীয়াৰ বিড়ম্বনাৰ অন্ত নাই। আশীৰ দশকৰ পৰা অসমীয়া জনসাধাৰণে কেৱল আন্দোলনৰ মাজতে জীয়াই আছে। সকলো সময়তে অসমীয়াই নিজৰ অস্তিত্বক লৈ ...

Read more

কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত চোৰাংচিকাৰীৰে আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলী 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ কঁঠাল চাং বনশিবিৰ এলেকাত চোৰাংচিকাৰী আৰু আৰক্ষীৰ মাজত শনিবাৰে পুৱতিনিশা প্ৰচণ্ড গুলীয়াগুলি সংঘৰ্টিত হয় ।...

Read more

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি অগপৰ গণ স্বাক্ষৰ অভিযান আৰম্ভ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সোণোৱাল চৰকাৰৰ অন্যতম মিত্ৰদল অসম গণ পৰিষদে। সেয়েহে এই বিতৰ্কিত বিধেয়কখনৰ...

Read more

এমাহ ধৰি সন্ধানহীন মাণিকপুৰৰ শিলঘাগৰীৰ অষ্টম শ্ৰেণীৰ দুজন ছাত্ৰ

যোৱা প্ৰায় এমাহ ধৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰীৰ অষ্টম শ্ৰেণীৰ দুজনকৈ ছাত্ৰ সন্ধানহীন হৈ থকাত ব্যাপক প্ৰতিক্ৰিয়াৰ...

Read more

চন্দ্ৰমোহনে মিছা মাতিছে ,মই হিন্দু শৰণাৰ্থীক কেতিয়াও সমৰ্থন কৰা নাই : গগৈ

চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মেল পাতি কংগ্ৰেছ চৰকাৰে হিন্দু বাংলাদেশীৰ সপক্ষে কেবিনেট সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰাৰ লগতে তৰুণ গগৈয়ে তদানীত্বন...

Read more

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈৰ পৰা কৃষক মুক্তিৰ গণ সচেতনতা অভিযান

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে কাইলৈৰ পৰা  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই...

Read more

নাম্বাৰপাৰাত অজগৰ উদ্ধাৰ : প্ৰকৃতি প্ৰেমী ৰাইজে গতাই দিলে বন বিভাগক

শুকুৰবাৰে বঙাইগাঁও জিলাৰ কোকিলাৰ নিকটৱৰ্তী নাম্বাৰপাৰাত এজন লোকে কৰায়ত্ব কৰিলে বৃহৎ আকাৰৰ এটা অজগৰ সাপ। নাম্বাৰপাৰাৰ লালচান নামৰ লোক জনে...

Read more

নাগৰিকত্ব বিধেয়ক : আজি গুৱাহাটীত প্ৰতিবাদ সাৱ্যস্ত কৰিব নেছ’ৱে

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ উমৈহতীয়া মঞ্চ নেছ’ৱে বৃহস্পতিবাৰে শ্বিলঙত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰাৰ পিছত শুকুৰবাৰে নে’ছৰ নেতাসকল গুৱাহাটীত মিলিত হয়।...

Read more
Page 4969 of 5116 1 4,968 4,969 4,970 5,116

Recent News