নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অসমৰ ব্ৰাহ্মণ সমাজৰ ৰোষত পৰাৰ সময়তে ধেমাজি জিলাৰ এগৰাকী মহিলাই দেখুৱাইছে শিল্পীৰ...
Read moreDetailsঅসমৰ চাহ বাগিচাৰ শ্ৰমিকক ’১৭-১৮ আৰু ’১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰে “বেংকযোগে” আদায় দিছে মুঠ ৩৫৯,৪৫,৭০,০০০ টকা। কিন্তু, অসমৰ কিমান চাহ...
Read moreDetailsঅসমৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই অসম আৰক্ষীয়ে মুখ্য মন্ত্ৰী...
Read moreDetailsসমাজৰ উচ্চ-নীচ ব্যৱস্থাটোক মাৰিব লাগে বুলি অলপতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কোৱাৰ পিছতে এইবাৰ এজন ব্যক্তিয়ে অনলাইন খাদ্যৰ ৱেবচাইট Zomato...
Read moreDetailsবুধবাৰে ৰাজ্যসভাৰ শূন্যকালত অসমৰ কংগ্ৰেছ সাংসদ ৰিপুন বৰাই ৰাজ্যৰ বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ অধীনৰ কাগজ কল দুটাৰ...
Read moreDetailsঅসমকে ধৰি উত্তৰ-পূবৰ প্ৰায় কেইখন ৰাজ্যত আজিৰে পৰা অহা ৩ দিন প্ৰবল বৰষুণ পৰাৰ আগজাননী দিছে ভাৰত বতৰ বিজ্ঞান কেন্দ্ৰই।...
Read moreDetailsবিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বুধবাৰে এক সংবাদমেলত দলৰ উপ নিৰ্বাচনী কুছকাৱাজ, সদস্যভৰ্তি, বান সাহায্য, অমিত শ্বাহৰ অসম ভ্ৰমণ, তিনি...
Read moreDetailsঅৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাচাং দৰ্জি চোনাই মঙলবাৰে নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰালক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত অৰুণাচল প্ৰদেশ...
Read moreDetailsঅৰিজিনেলি লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী গান এটাৰ পশ্চিম বংগৰ এটা ৰেইলৱেই ষ্টেইশ্যনত এগৰাকী মহিলাই গোৱা সংস্কৰণ এটাৰ ভিডিঅ’ এটা ফেইচবুকত...
Read moreDetailsস্বাধীনতা দিৱসৰ পূৰ্বে কূটাঘাতেৰে অসমক ৰক্তাক্ত কৰাৰ পৰিকল্পনাত ব্যস্ত থকা তিনিগৰাকী জেহাদীক মঙলবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰাংচোৱাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd