শীর্ষ সংবাদ

আলফা নেত্ৰী বেবী মৰাণে ঘূৰাই পাইছে মানসিক সুস্থিৰতা; একালৰ সতীৰ্থ জিতেন দত্তই লৈছিল আগভাগ

ভুলেই হওক শুদ্ধই হওক, জাতিটোৰ স্বাৰ্থত, স্বাধীন অসমৰ স্বপ্নত সশস্ত্ৰ বিদ্ৰোহৰ পথ বাছি লোৱা এগৰাকী নাৰী। নাম তেওঁৰ বেবী মৰাণ।...

Read moreDetails

কমিউনিষ্টৰ বোকোচাত হিন্দুত্ববাদী শিলাদিত্য!

ৰাজনীতিত কমিউনিজম আৰু হিন্দুত্ববাদৰ মিলন নহয়। অতি কেন্দ্ৰীভূত, দমনমূলক শাসন চলোৱাৰ ঐতিহাসিক সাক্ষ্য থকা আৰু একে সময়তে তীব্ৰ “বৈপৰীত্য” বজাই...

Read moreDetails

বাংলাদেশত বৃদ্ধি হিন্দুৰ সংখ্যা, পূৰাদমে চলি আছে ধৰ্ম চৰ্চা; নিৰ্য্যাতন ক’ত?

ওপৰৰ ছবিখন বাংলাদেশত ভাৰতীয় উচ্চায়ুক্ত হৰ্ষ বৰ্ধন স্ৰিংলাই কক্স বজাৰৰ ইছকন মন্দিৰত সেৱা আগবঢ়াই থকা অৱস্থাত তোলা। কক্স বজাৰস্থিত মন্দিৰটোত...

Read moreDetails

হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বিজয়া চক্ৰৱৰ্তীয়ে বাট এৰি দিব নিজৰ ৰাজনৈতিক কেৰিয়াৰ বলিদানেৰে

নিজৰ ৰাজনৈতিক কেৰিয়াৰ বলিদানেৰে  হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বাট এৰি দিবলৈ সাজু আছে বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী। আজি এই ইংগিত...

Read moreDetails

‘আইন সকলোৰে বাবে সমান হোৱা উচিত’: পাণবজাৰ থানাত আলফা নেতা মৃণাল হাজৰিকা

“আইন সকলোৰে বাবে সমান হোৱা উচিত”, অসম আৰক্ষীৰ নিজাববীয়া (suo moto) গোচৰত পাণবজাৰ থানাত হাজিৰ হৈ দেওবাৰে এই মন্তব্য কৰিছে...

Read moreDetails

হেমাংগ বিশ্বাসৰ জন্মদিনত ‘মৈত্ৰী সন্মিলন’ : বাঙালী সংগঠনে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে নেকি হেমাংগ বিশ্বাসক?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত গুৱাহাটীত সমাৱেশ পাতিবলৈ গৈ গণবিৰোধৰ সন্মুখীন হৈ সুৰ সলোৱা ২৬টা বাঙালী সংগঠনে এইবাৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত...

Read moreDetails

বাংলাদেশী মুছলমানক লৈ আন্দোলন চলাইছে মাওবাদী অখিলে : শিলাদিত্য

আজি ধুবুৰীৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত বিধায়ক শিলাদিত্য দেৱে শেহতীয়াভাৱে সৃষ্টি হোৱা বিতৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰি কৃষক...

Read moreDetails

ৰাজনৈতিক কৃপাদৃষ্টি! সাৰদা কেলেংকাৰিত অভিযুক্ত ভি কে পিপাৰছেনিয়ালৈ শক্তি বিভাগৰ অধ্যক্ষ পদ

ৰাজনৈতিক কৃপাদৃষ্টি থকাৰ বাবে সাৰদা কেলেংকাৰিৰ ফাইল লুকুৱাই ৰখা বিনোদ কুমাৰ পিপাৰছেনিয়াই  অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষৰ পদ অলংকৃত...

Read moreDetails

১৭ নৱেম্বৰৰ সমাৱেশক লৈ লুটি-বাগৰ মৰা সংগঠনেৰে আলোচনাৰ দায়িত্ব কোনে দিলে সাহিত্য সভাক?

অহা ১৭ নৱেম্বৰত কেইবাটাও বাঙালী সংগঠনে গুৱাহাটীত গণ সমাৱেশ পাতিবলৈ ওলোৱা কাৰ্য্যৰ বিৰুদ্ধে গোটেই অসমৰ খিলঞ্জীয়া মানুহ জাগি উঠাৰ বিপৰীতে...

Read moreDetails

জাৰি হাই এলাৰ্ট, মেঘালয়ত ধৰা পৰিছে ছোৱাইন ফ্লু

অসমৰ চুবুৰীয়া মেঘালয়ত দুজন ৰোগীৰ দেহত চিকিৎসকে ছোৱাইন ফ্লুৰ বীজাণু (H1N1 ভাইৰাছ) নিশ্চিত কৰাৰ পিছতে অতি সংক্ৰামক এই ৰোগবিধক লৈ...

Read moreDetails
Page 5515 of 5820 1 5,514 5,515 5,516 5,820

Stay Connected

Recent News