শীর্ষ সংবাদ

ৰেম্পত আৰ্কষণীয় বেশভূষাৰে কজলা পখৰা : গৰু বিহুৰ দিনা গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্যন শ্বো

সাধাৰণতে নিজা সাজোন কাচোনেৰে সুন্দৰী সকল সৌন্দৰ্য্য  প্ৰতিযোগিতালৈ আহে। পিচে, এইবাৰ ৰেম্পত আৰ্কষণীয় বেশভূষাৰে সজাই পৰাই অনা হ’ল চহা ৰাইজৰ বুকুৰ...

Read moreDetails

সোমবাৰে বেংককলৈ ৰাওনা হ’ব তিনিবাৰৰ এছিয়ান পদক বিজয়ী বক্সাৰ শিৱ থাপা

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বক্সিং ৰিঙত প্ৰতিপক্ষ খেলুৱৈক ধৰাশায়ী কৰি অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে পদক জয়ৰ লক্ষ্য লৈ ১৫ এপ্ৰিল অৰ্থাৎ...

Read moreDetails

ৰাজনীতিয়ে ফাট মেলায়, বিহুতলীয়ে লগ লগায়! লতাশিলত একেলগে নাচিলে ৰাজনীতিৰ দুই ‘বাই-ভনী’য়ে

অসমীয়াৰ বাবে ৰঙালী বিহুতকৈ আন একোৱে ডাঙৰ হ’ব নোৱাৰে। এই সত্যকে আজি আকৌ প্ৰমাণ কৰি দেখুৱালে গুৱাহাটী লোকসভা সমষ্টিত পৰস্পৰৰ...

Read moreDetails

অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ

এতিয়া সকলোতে হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যবাসীৰ লগতে দেশৰ অন্য প্ৰান্তত থকা প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী...

Read moreDetails

জজ খেলপথাৰৰ মুকলি বিহুৰ বাকৰিৰ পৰাই খিলঞ্জীয়ালৈ সাহস নেহেৰুৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাৰফতত অসমৰ জাতীয় অস্তিত্ব সংকটাপন্ন হোৱাৰ শংকাত আন্দোলন-প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰা বছৰটোৰ আজি শেষৰটো দিন। এই অন্তিম...

Read moreDetails

প্ৰায় ৫০ বছৰৰ মূৰত সন্তোষ ট্ৰফীৰ ছেমিফাইনেলৰ পথত অসম

দেশৰ আগশাৰীৰ তথা সন্মানীয় ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফীত অসমৰ আৰম্ভনি সন্তোষজনক নাছিল যদিও দলটোৱে এতিয়া ঘূৰাই পাইছে নিজৰ ছন্দ। মহাৰাষ্ট্ৰক...

Read moreDetails

কংগ্ৰেছ কৰ্মীৰ “শক্তিবৰ্ধক” প্ৰিয়ংকাৰ ৰোড শ্ব’ত শিলচৰ চহৰ পৰিণত জনতাৰ অৰণ্যত

কংগ্ৰেছ দলটোৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমটো উত্তৰ-পূব ভ্ৰমণত আজি প্ৰিয়ংকা গান্ধী ভদ্ৰাই  শিলচৰত এটা ৰোড শ্ব’ত ভাগ...

Read moreDetails

মাৰ্শ্বাল অৰ্জন সিঙৰ সন্মানাৰ্থে শতকীয় মাৰাথন ভাৰতীয় বায়ু সেনাৰ

ভাৰতীয় বায়ু সেনাৰ মাৰ্শ্বাল প্ৰয়াত অৰ্জান সিঙৰ জন্ম শতবৰ্ষ উপলক্ষে অসমকে ধৰি উত্তৰ-পূবৰ সকলো বায়ু সেনা আস্থানে দেওবাৰে আয়োজন কৰে...

Read moreDetails

ক’ল’ন বক্সিং বিশ্বকাপত ৰূপৰ পদক অৰ্জন ফাইলাও বসুমতাৰীৰ

জাৰ্মানীত অনুষ্ঠিত হোৱা ক’ল’ন বক্সিং বিশ্বকাপ (Cologne Boxing World Cup)ত ৰূপৰ পদক অৰ্জন কৰিছে অসমৰ প্ৰতিভাসম্পন্ন মহিলা বক্সাৰ ফাইলাও বসুমতাৰীয়ে। এই খবৰে স্বাভাৱিকতে...

Read moreDetails

প্ৰকৃতিৰ সংহাৰ : ধুমুহা আৰু বজ্রপাতৰ ফলত ৫ জন লোকৰ মৃত্যু

ৰঙালী বিহুৰ উলাহৰ মাজতে প্ৰকৃতিৰ ৰৌদ্ৰ ৰূপে সৃষ্টি কৰিছে আতংকৰ। আজি পুৱা অহা এজাক ধুমুহাৰ লগতে বজ্ৰপাতৰ ফলত ৰাজ্যত কমেও...

Read moreDetails
Page 5534 of 6059 1 … 5,533 5,534 5,535 … 6,059

Stay Connected

Recent News