শীর্ষ সংবাদ

আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব জল পৰিবহন সংশোধনী বিধেয়ক

যোৱা ৫ চেপ্তেম্বৰত ৰাজ্য কঁপাই যোৱা নাও দুৰ্ঘটনাৰ পাছতেই যেন তৎপৰ হৈ পৰিছে জল-পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। নাগৰিকত্ব সংশোধনী...

Read moreDetails

বিজেপি, কংগ্ৰেছ বা আমছুৰ দৰে দল-সংগঠনে হাজেলাক সমালোচনা কৰাৰ অধিকাৰ নাই : মৃণাল হাজৰিকা

‘‘বিজেপি, কংগ্ৰেছ আমছু অথবা অন্যান্য দল-সংগঠনে প্ৰতীক হাজেলাক দোষাৰোপ, সমালোচনা কৰাৰ অধিকাৰ থাকিব নালাগে,’'- মঙ্গলবাৰে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা...

Read moreDetails

ভেটী লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰঙিয়াৰ খণ্ড বন বিষয়া ধীৰাজ দাস

পুনৰ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন দুৰ্নীতিপৰায়ণ বিষয়া। সোমবাৰে নিশা এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ...

Read moreDetails

আজৱ ঘটনা!! কন্যা সন্তান হোৱা বাবেই গ্ৰহণ নকৰা পিতৃয়ে লিগেচি চুৰি কৰা বুলি জীয়েকৰ বিৰুদ্ধে দিলে এজাহাৰ

বিশ্বনাথত নিজৰে জীয়েকৰ বিৰুদ্ধে দেউতাকে লিগেচী চুৰি কৰা বুলি বিশ্বনাথ চাৰিআলি থানাত এজাহাৰ দাখিল কৰাৰ ঘটনাই বৰ্তমান অঞ্চলটোত এক চাঞ্চল্যৰ...

Read moreDetails

দিচপুৰত কংগ্ৰেছৰ প্ৰতিবাদ : গ্ৰেপ্তাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তত্ত্বাৱধায়ক হৰিশ ৰাৱট সহ কেইবাগৰাকীও কংগ্ৰেছ নেতা

পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছৰ আহ্বানত ভাৰত বন্ধৰ সময়তে গুৱাহাটীৰ দিচপুৰস্থিত...

Read moreDetails

ভাৰত বন্ধৰ প্ৰভাৱ : অসমত স্তব্ধ জনজীৱন, ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে ৰাফেল যুঁজাৰু বিমান কেলংকাৰি বিৰুদ্ধে আজি কংগ্ৰেছে আহ্বান কৰা ভাৰত বন্ধত...

Read moreDetails

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চিক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কৌশলী সিদ্ধান্ত

শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে বিজেপিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক...

Read moreDetails

‘ভাৰত বন্ধ’ৰ সমৰ্থনত নগাঁৱত যুৱ কংগ্ৰেছৰ বিশাল জোঁৰ সমদল

দেশজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা ১০...

Read moreDetails

সাহসী আৰক্ষী বিষয়া চহিদ ভাস্কৰ কলিতাৰ সৈতে হোৱা সংঘৰ্ষটোত জড়িত দুজন আলফাৰ লিংক মেনক গ্ৰেপ্তাৰ

যোৱা মে’ মাহৰ ৪ তাৰিখতে আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত গুলী লাগি প্ৰাণ আহুতি দিয়া বীৰ চহিদ আৰক্ষী বিষয়া ভাস্কৰ...

Read moreDetails

১০৮-১০২’ কৰ্মচাৰীৰ প্ৰতিবাদস্থলীৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ : অখিলৰ বিৰুদ্ধে ১৪৪ ধাৰা ভংগৰ অভিযোগ

বিগত ৫ দিন ধৰি জৰুৰীকালীন ১০৮, ১০২ৰ কৰ্মচাৰীসকলে লখৰাস্থিত জি ভি কেৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি...

Read moreDetails
Page 5536 of 5819 1 5,535 5,536 5,537 5,819

Stay Connected

Recent News