এইবাৰ অসমৰ এন আৰ চি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰদল শিৱসেনাই। দলটোৰ মুৰব্বী উদ্ধৱ থাকৰেই এন আৰ চিৰ...
Read moreDetailsবাংলাদেশৰ বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্বহৰিদাৰ আলমে কৈছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ বাংলাদেশে টোপনি...
Read moreDetailsবিদেশী নাগৰিক সম্পৰ্কত প্ৰদান কৰা ৰায়ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে মন্তব্য কৰা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ...
Read moreDetailsঅসমত যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত গোটেই দেশতে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাত...
Read moreDetailsআহোম স্বৰ্গদেউ শিৱ সিংহই আনি অসমত সংস্থাপিত কৰা ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ উপৰিপুৰুষৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিৰ চূড়ান্ত...
Read moreDetailsআজি পুৱা প্ৰায় ৬-০০ বজাত এনডিএফবি আৰু গাৰো উগ্ৰপন্থীৰ এটা সন্মিলিত গোট আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী সদস্য...
Read moreDetailsস্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে স্কটলেণ্ডত গৈ ‘বহু গোপন তথ্য উদঘাটন’ কৰাৰ লগতে শিল্পীজনৰ জন্ম ১৭ জুন নহয় বুলি...
Read moreDetailsউত্তৰ অসম মণ্ডল, তেজপুৰৰ মাণ্ডলিক আয়ুক্ত ড০ এম অংগমুথুৱে আজি ওদালগুৰি জিলা ভ্ৰমণ কৰি জিলাখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ণৰ পুনৰীক্ষণ...
Read moreDetailsওদালগুৰি জিলাৰ টংলাত এটা প্ৰেমজনিত ঘটনাই তিক্ততা মাতি অনাৰ এটা বিৰূপ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে। জানিব পৰা মতে ওদালগুৰি আৰক্ষীৰ...
Read moreDetailsশিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক শান্তি ভংগ নকৰাকৈ জনসাধাৰণক সাক্ষাতৰ অনুমতি দিবলৈ ৰাজ্যিক প্ৰশাসনক অনুৰোধ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd