ৰাজ্যৰ সংবাদ জগতলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই অহা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক ২০১৮ বৰ্ষৰ গন্ধৰ্ব প্ৰকাশনৰ আনাইৰাম নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা...
Read moreDetailsৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰ সদিচ্চা নাই সেয়া বৃহস্পতিবাৰে স্পষ্ট হৈ পৰিল। অসম চৰকাৰৰ মন্ত্ৰী ড০...
Read moreDetailsপ্ৰাক্তন কংগ্ৰেছী নেতা তথা হিতেশ্বৰ শইকীয়া মন্ত্ৰী সভাৰ অন্যতম মন্ত্ৰী ৰছিদুল হকৰ যোৱা বৃহস্পতিবাৰে মৃত্যু ঘটে ৷ উল্লেখযোগ্য যে নগাঁও...
Read moreDetailsমুখ্যতঃ নিম্নমানৰ চাহ উৎপাদনৰ বাবে শেহতীয়াভাৱে ভাৰতীয় চাহ ব’ৰ্ডে অসমৰ ডিব্ৰুগড় জিলাৰ শ্ৰীলক্ষ্মী এণ্টাৰপ্ৰাইজৰ প্ৰায় ১১,২০০ গ্ৰাম চাহ নষ্ট কৰে।...
Read moreDetailsসাংবাদিকসকলৰ অন্যতম শক্তিশালী সন্থা হিচাপে বিবেচিত আছাম প্ৰেছ কৰ’ছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ ‘আপকু’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগত সংগতি ৰাখি তথা ৰূপালী জয়ন্তীৰ...
Read moreDetailsধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ক লৈ...
Read moreDetailsমন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিজেপিত ‘কনিষ্ঠ, জ্যেষ্ঠ, নীতি-নৈতিকতা এইবোৰৰ কোনো কথা নাই। জোৰ যাৰ মুলুক তাৰ। এইধৰণৰ কথাই যদি হয় আমাৰ...
Read moreDetailsৰাকেশ পালৰ ঘনিষ্ঠ ব্যক্তিৰ গুৱাহাটীৰ ফ্লেটত ২৫ এপ্ৰিলৰ মাজৰাতি ডিব্ৰুগড় আৰক্ষীয়ে উদ্ধাৰ কৰিলে এ’ পি এছ চি ( APSC )ৰ...
Read moreDetailsবহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত চৰকাৰ গঠনৰ দুবছৰৰ পিছত সম্প্ৰসাৰণ হ’ল অসম মন্ত্ৰীসভা। আজি গুৱাহাটীস্থিত ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত...
Read moreDetailsধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ সৰ্বাত্মক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd