শীর্ষ সংবাদ

ইম্ফলত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যালয় মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী প্ৰকল্প হিচাপে বিবেচিত স্বচ্ছ ভাৰত অভিানৰ এটা নতুন কাৰ্যালয় যোৱা শনিবাৰে ইম্ফলৰ বিমান বন্দৰ পথত মুকলি...

Read moreDetails

পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে ২৩ মাৰ্চৰ পৰা ডিছক’ভাৰ ইষ্ট জয়ন্তীয়া মহোৎসৱ

পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ প্রশাসনৰ সহযোগত তথা ৰিমবাই ইলাকা ট্যুৰিজ্যিম এণ্ড এনভায়ৰমেণ্ট ছ’চাইটীৰ উদ্যোগত অহা ২৩ মাৰ্চৰ পৰা দুদিনীয়াকৈ আয়োজন...

Read moreDetails

মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ভূটান

অহা মে’ মাহত মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু হৈছে ভূটান। ভূটানৰ পৰা প্ৰকাশিত বাতৰি কাকত ‘কুৱেনছেল’ৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে...

Read moreDetails

১১ হেজাৰ কোটি টকাৰ বিত্তীয় ঘাটিৰে আৰম্ভ হৈছে ত্ৰিপুৰা চৰকাৰৰ কাম-কাজ

প্ৰায় ১১,৩৫৫.৫৩ কোটি টকাৰ বিত্তীয় ঘাটিৰে নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ কাম-কাজ আৰম্ভ হৈছে। –এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই।...

Read moreDetails

নাগালেণ্ডৰ লংলেং জিলাত আছাম ৰাইফলছৰ জালত এন এছ চি এন(কে) গোটৰ  দুৰ্ধৰ্ষ কেডাৰ

আছাম ৰাইফলছৰ মক’ছুং বেটেলিয়নৰ এটা অভিযানকাৰী দলে নিয়মীয়া অভিযানৰ সময়ত সোমবাৰে নাগালেণ্ডৰ লংলেং জিলাৰ ভূমন্যয়ু গাঁৱৰ পৰা এন এছ চি...

Read moreDetails

অসম-মিজোৰামৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আজি নতুন দিল্লীত বৈঠক : উপস্থিত থাকিব দুয়োখন ৰাজ্যৰে মুখ্য সচিবদ্বয়

অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিক লৈ আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰামৰ মুখ্য সচিবদ্বয়। নতুন...

Read moreDetails

ফাদিল হৈছিল উঃ মাঃ বিজ্ঞানৰ প্ৰশ্ন কাকত : তদন্ত প্ৰতিবেদন; পৰীক্ষা পুনৰ পতা সন্দৰ্ভত মঙলবাৰে সিদ্ধান্ত

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ তিনিখন প্ৰশ্নকাকত ফাদিল হৈছিল। এতিয়ালৈকে সংসদে স্পষ্টকৈ নকলেও এই কথাই প্ৰমাণ হ’ল...

Read moreDetails

বিহুৰ পাছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন : ঘোষণা নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ বৰাৰ

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যিক নিৰ্বাচনী আয়োগ। বিহুৰ ঠিক পাছতে অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই কথা...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিবাদী অনশন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ; বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীৰ মূল্য নাই বোলাত ছাত্ৰীৰ হাহাকাৰ

অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বোলাকে ধৰি বিশ্ববিদ্যালয়খনক লৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি অহা...

Read moreDetails

গৃহ সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিলে মন্ত্ৰী অতুল বৰাই

অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰস্তুতি আৰম্ভ...

Read moreDetails
Page 5971 of 6053 1 … 5,970 5,971 5,972 … 6,053

Stay Connected

Recent News