শীর্ষ সংবাদ

নিজৰ অধিকাৰ বিচাৰি বিটিচি প্ৰশাসনক ৩১ মাৰ্চৰ সময়সীমা বান্ধি দিলে গোৰ্খা সংগঠনে

অ-জনজাতিসকলৰ ভূমিৰ অধিকাৰক লৈ বিটিচি প্ৰশাসনে সৃষ্টি কৰা বিতৰ্কৰ এতিয়াও অৱসান ঘটা নাই ৰাজ্যখনৰ বড়ো অধ্যুষিত বিটিএডি অঞ্চলত। ভূমি অধিকাৰ...

Read moreDetails

পৰম্পৰাগত ৰঙ-ৰূপেৰে ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈ উঠিছে নামৰূপ

ৰঙালী বিহু উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ উৎসৱটোৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সমগ্ৰ অসম।...

Read moreDetails

বাল্যবিবাহ : মাতব্বৰ-গাঁওবুঢ়াসহ ৪জন লোকক আটক লতাশিল আৰক্ষীৰ

একাংশ এলান্ধুকলীয়া চিন্তাধাৰাৰ লোকৰ বাবে এতিয়াও বাল্যবিবাহৰ দৰে কুসংস্কাৰৰ পৰা মুক্ত হ’ব পৰা নাই অসম। বাল্যবিবাহক অপৰাধ হিচাপে গণ্য কৰা...

Read moreDetails

বৰপেটাত কৃষিৰ উন্নয়নৰ বাবে সঠিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব ৰাজ্যপাল মুখীৰ

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বুধবাৰে তেওঁৰ প্ৰথমটো বৰপেটা জিলা ভ্ৰমণৰ সময়ত জিলাখনৰ উপায়ুক্ত, সুৰক্ষা সংস্থা, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু...

Read moreDetails

দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব

সদনত দীঘলীয়া আলোচনাৰ অন্তত বুধবাৰে অসম বিধানসভাত অসম পঞ্চায়ত (সংশোধনী) বিধেয়ক ২০১৮’ গৃহীত হয়। সংশোধনী অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে...

Read moreDetails

অসমত চাৰি-লেন যুক্ত পথৰ কামৰ মন্থৰ গতিত অসন্তুষ্ট সদন

বুধবাৰে অসম বিধানসভাই ৰাজ্যখনত চাৰি-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ মন্থৰ গতিত অসন্তুষ্টি প্ৰকাশ কৰিছে। অসমৰ গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদনত...

Read moreDetails

শ্বিলঙত অচিৰেই স্থাপন হ’ব অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসা সেৱা কেন্দ্ৰ

মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বৰ নতুন চৰকাৰখনে শ্বিলঙত এখন অত্যাধুনিক সা-সুবিধাযুক্ত কৰ্কট ৰোগ চিকিৎসা সেৱা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। গোটেই...

Read moreDetails

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল কুন্তলৰাজ চক্ৰৱৰ্তী : যাত্ৰাৰ সাক্ষী হৈ ৰোৱা নৰ্থ-ইষ্ট নাওক কৃতজ্ঞতা জ্ঞাপন

মেণ্ডোলিন বাদনক এক নিচা হিচাপে গ্ৰহণ কৰা কুন্তলৰাজে গীণনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল। কুন্তলৰাজ চক্ৰৱৰ্তীৰ এই সাফল্যৰ...

Read moreDetails

অ-জৈৱিক খাদ্য সামগ্ৰীৰ স্থান নাই ছিকিমত : ৰাজ্য চৰকাৰ

২৭ বিধ অ-জৈৱিক কৃষি-উদ্যান খাদ্য শস্য অহা ৩১ মাৰ্চৰ পৰা ছিকিম চৰকাৰে নিষিদ্ধ কৰিবলৈ সাজু হৈছে। ৰাজ্যখনক ২০১৬ চনত এখন...

Read moreDetails

গুণগত মান উন্নত কৰিবলৈ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব : বিপ্লৱ কুমাৰ দেব

ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হিত শিক্ষাৰ মান উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ত্ৰিপুৰা...

Read moreDetails
Page 5978 of 6053 1 … 5,977 5,978 5,979 … 6,053

Stay Connected

Recent News