• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গো-বিধেয়কৰ সলনি গো-পালকৰ সমস্যাৰ ওপৰত মনোনিবেশ কৰাৰ আহ্বান গো-পালক সন্থাৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 15, 2021 4:10 pm
IMG_20210715_152043

ফটো: নৰ্থইষ্ট নাও।

341
VIEWS
Share on FacebookShare on Twitter

অৱশেষত  গোলাঘাটত সোচ্চাৰ হ’ল গো-সুৰক্ষা বিধেয়ক ২০২১  বিৰুদ্ধে। গো সম্পৰ্কীয় নতুন বিধেয়কৰ বিৰুদ্ধে আজি  গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰে গোলাঘাট জিলা গো-পালক সন্থাই।

চৰকাৰে উত্থাপন কৰা গো-সম্পৰ্কীয় নতুন বিধেয়কৰ বিৰোধিতা কৰি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে গো-পালক সন্থাই।

এই সংবাদ মেলত নতুন গো-সুৰক্ষা বিধেয়কে কৃষক সকলক যি ক্ষতি কৰিব সেই সন্দৰ্ভত গো-পালক সন্থাই বিস্তৃত সমালোচনা আগবঢ়ায়। গো- সুৰক্ষা বিধেয়কৰ নীতি অনুসৰি গো-বিক্ৰী কৰিব নোৱাৰিলে কৃষক সকল মহা  বিপদত পৰাও আশংকা ব্যক্ত কৰে।

এই বিধেয়কখন আইনত পৰিণত হ’লে কৃষক সকলৰ যথেষ্ঠ ক্ষতি হব আৰু ইয়াৰ ফলত অসমত নিৱনুৱাৰ সংখ্যাও অভূতপূৰ্বভাৱে বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰে গো-পালক সন্থাই।

তেওঁলোকে লগতে অসমত এই বিধেয়কৰ ফলত বহিৰাগত কিছুমান দুগ্ধজাত কোম্পানীহে অধিক লাভৱান হ’ব বুলি উল্লেখ কৰে।

অসমৰ কৃষকৰ দুৰৱস্থাৰ অন্ত নপৰা সময়ত এই বিধেয়ক খনে গো-পালকক অধিক ক্ষতি কৰিব বুলি যুক্তি প্ৰদৰ্শন কৰি চৰকাৰক এই গো-বিধেয়কৰ সলনি গো-পালকৰ  সমস্যাৰ ওপৰত  আৰু গো -ধনৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই গো-পালক সন্থাই।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd