DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গো-সুৰক্ষা আইন ধোঁৱাচাঙত, কলিয়াবৰত অব্যাহত গৰুৰ চোৰাং বেহা

ৰিদিপ শৰ্মা, কলিয়াবৰ by ৰিদিপ শৰ্মা, কলিয়াবৰ
December 29, 2021 11:51 am
Assam
106
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গো-সুৰক্ষা আইনক ভেঙুচালি কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা।

চোৰাং বেপাৰীয়ে গো-সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুওৱাই ন ন চতুৰ কৌশলেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা।

এইবাৰ বিলাসী বাহন কঢ়িয়াই নিয়া কন্টেনাৰত চোৰাং বেপাৰীয়ে গৰু চোৰাং বেপাৰ কৰি অহা তথ্য পোহৰলৈ আহিছে।

মংগলবাৰে নিশা ৩৭ নং ঘাইপথেৰে চোৰাংভাৱে গৰু কঢ়িয়াই নিয়া এনে এখন কন্টেনাৰ জব্দ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।

কলিয়াবৰ বাগৰী আৰক্ষীৰয়ে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰু কঢ়িয়াই অনা AS01CC8143 নম্বৰৰ কন্টেইনাৰখন জব্দ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি কন্টেইনাৰখনে উজনিৰ পৰা কঢ়িয়াই আনিছিল ২৯ টাকৈ চোৰাং গৰু। আৰক্ষীয়ে নিয়মীয়া তালাচীত এক গোপন সূত্ৰৰ সম্ভেদ লাভ চোৰাং গৰুসহ কন্টেইনাৰখন জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে নিশাৰ অন্ধকাৰৰ সুযোগত আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰে কন্টেনাৰখনৰ চালকসহ হেণ্ডিমেনে। আৰক্ষীয়ে বাহনখন তন্ন তন্নকৈ পৰীক্ষা কৰি চালক হেণ্ডিমেনে গাড়ীত এৰি থৈ যোৱা দুটাকৈ ম’বাইল ফোন জব্দ কৰিছে।

বৰ্তমান দুয়োটা ম’বাইল ফোনৰ জৰিয়তে আৰক্ষীয়ে সৰবৰাহকাৰী, তথা চালক-হেন্দিমেনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

এই ঘটনাই প্ৰমাণ কৰিছে ৰাজ্যত গো-সুৰক্ষাৰ দৰে কঠোৰ আইন প্ৰণয়ন কৰিও গৰুৰ চোৰাং বেপাৰ বন্ধ কৰিব পৰা নাই ৰাজ্য চৰকাৰে।

Recent News

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd