• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CBI Busts Racket: ১০০ কোটিৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ বা ৰাজ্যপালৰ পদ; চিবিআইৰ জালত ভুৱা চক্ৰৰ ৪জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2022 9:48 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CBI Busts Racket that offers Rajya Sabha Seat or Governorship শুনি আচৰিত লাগিলেও সঁচা ঘটনা। আপুনি ধনৰ বিনিময়ত চাকৰি দিয়া চক্ৰৰ বিষয়ে নিশ্চয় শুনিছে। কিন্তু ধনৰ বিনিময়ত ৰাজ্যসভাৰ আসন বা কাৰোবাক ৰাজ্যপাল বনোৱা চক্ৰৰ বিষয়ে নিশ্চয় শুনা নাই। চিবিআইয়ে তেনে এটা চক্ৰ ধৰা পেলাই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

চিবিআইৰ সূত্ৰই প্ৰকাশ কৰিছে যে ১০০ কোটি টকাৰ বিনিময়ত ৰাজ্যপাল আৰু ৰাজ্যসভাৰ সদস্য কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। চিবিআইৰ দ্বাৰা তেনে এটা চক্ৰই ধৰা পৰিছে। এই চক্ৰটোৱে দেশৰ বিভিন্ন ৰাজ্যত তেওঁলোকৰ কাম চলাই আছিল।

লগতে পঢ়ক: Mizoram: দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত মিজোৰামৰ একমাত্ৰ বিজেপি বিধায়ক সহ ১৩ গৰাকীক ১ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

Apply Now

চিবিআইয়ে ইয়াৰ এজাহাৰত উল্লেখ কৰিছে যে মহাৰাষ্ট্ৰৰ লাতুৰৰ কমলাকৰ প্ৰেমকুমাৰ, কৰ্ণাটকৰ বেলগামৰ ৰবীন্দ্ৰ নায়ক, দিল্লীৰ মহেন্দ্ৰ পাল আৰোৰা, অভিষেক বুৰা আৰু মহম্মদ ইজাজ খান এই চক্ৰটোত জড়িত আছিল।

চিবিআইয়ে দাবী কৰে যে কমলাকৰ প্ৰেমকুমাৰে নিজকে চিবিআই বিষয়া হিচাপে পৰিচয় দিছিল। তেওঁ আৰোৰা, বুৰা আৰু ইজাজ খানক কৈছিল যে যদি কোনো কাম বন্ধ হৈ থাকে তেন্তে তেওঁৰ ওচৰলৈ আনিলেই হ’ল। ৰাজ্যসমূহৰ পৰা দিল্লীলৈকে তেওঁৰ সকলোতে হাত আছে। সকলো সমাধান হৈ যাব মাত্ৰ ইয়াৰ বাবে ধন খৰচ কৰিব লাগিব।

চিবিআই বিষয়া আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰি তেওঁলোকে তেওঁলোকৰ প্ৰস্তাৱবোৰ ধনাঢ্য লোকসকলৰ ওচৰলৈ লৈ গৈছিল। কোৱা হৈছিল যে যদি তেওঁলোকে ধন খৰচ কৰে তেতিয়া তেওঁলোকে যিকোনো চৰকাৰী সংস্থাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সাংসদ আৰু আনকি ৰাজ্যপালো বনাব পাৰে। তেওঁলোকে আনকি ৰাজ্যসভাৰ সাংসদ কৰাবলৈ ১০০ কোটি টকালৈকে দাবী কৰিছিল।

লগতে পঢ়ক: নাবালিকাৰ পৰ্ণ ভিডিঅ’ৰ বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হ’ল নিউজ চেনেলৰ ২ সাংবাদিক

চিবিআইৰ ওচৰত তথ্য আছিল যে যদি কোনোবাই তেওঁলোকৰ ওচৰলৈ কোনো কামৰ বাবে আহে তেন্তে ৰাজ্য বা কেন্দ্ৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী-আমোলাৰ নাম ব্যক্তিজনক কোৱা হয়। কোৱা হৈছিল যে অভিষেক বুৰাৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ কৰি দিয়া হ’ব।

আনকি জানিব পৰা মতে স্বয়ম্ভু চিবিআই বিষয়া কমলাকৰ প্ৰেমকুমাৰে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলকো দাবী-ধমকি দি কামবোৰ আদায় কৰিছিল। কিন্তু শেষ ৰক্ষা নহ’ল। চিবিআইয়ে কেইবাখনো ৰাজ্যত অভিযান চলাই চক্ৰটোৰ চাৰিজনক আটক কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd