• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Mizoram: দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত মিজোৰামৰ একমাত্ৰ বিজেপি বিধায়ক সহ ১৩ গৰাকীক ১ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2022 9:10 am
দুর্নীতিৰ গোচৰত আদালতৰ শাস্তিৰ সন্মুখীন হোৱা মিজোৰামৰ বিজেপি বিধায়ক বি ডি চাকমা।

দুর্নীতিৰ গোচৰত আদালতৰ শাস্তিৰ সন্মুখীন হোৱা মিজোৰামৰ বিজেপি বিধায়ক বি ডি চাকমা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Mizoram’s lone BJP MLA sentenced to 1-year jail মিজোৰামত একমাত্ৰ বিজেপি বিধায়ক বুদ্ধ ধন চাকমা (বিডি চাকমা) আৰু আন ১২ জন চাকমা নেতাক বিশেষ ন্যায়াধীশৰ (দুৰ্নীতি প্ৰতিৰোধ আইন) আদালতে এটা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সোমবাৰে তেওঁলোকৰ শাস্তি ঘোষণা কৰে।

আদালতে ৰাজ্যখনৰ একমাত্ৰ বিজেপি বিধায়কগৰাকীকে ধৰি আটাইকেইগৰাকীকে ১ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাৰ শাস্তি ঘোষণা কৰে।   

বিডি চাকমা মিজোৰামৰ টুইচাং বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক।

Apply Now

লগতে পঢ়ক: নাবালিকাৰ পৰ্ণ ভিডিঅ’ৰ বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হ’ল নিউজ চেনেলৰ ২ সাংবাদিক

মিজোৰামৰ বিজেপি বিধায়কগৰাকীৰ উপৰিও দোষী সাব্যস্ত ব্যক্তিসকলৰ ভিতৰত আছে চাকমা স্বায়ত্তশাসিত জিলা পৰিষদৰ (চিএডিচি) মুখ্য কাৰ্যবাহী সদস্য (চিইএম) বুদ্ধ লীলা চাকমা।

আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা আনসকলৰ ভিতৰত আছে চিএডিচিৰ দুগৰাকী কাৰ্যবাহী সদস্য (ইএম), জিলা পৰিষদৰ (এমডিচি) দুগৰাকী বৰ্তমানৰ সদস্য আৰু চিএডিচিৰ ৩ গৰাকী প্ৰাক্তন চিইএম। আনসকল হৈছে প্ৰাক্তন ইএম।

১৩ গৰাকী চাকমা নেতাক দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ১৩(২)ৰ ১৩(১)(ঘ) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল।

দোষী সাৱ্যস্ত হোৱাৰ পিছতে মিজোৰামৰ বিজেপি বিধায়ক বি ডি চাকমাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰায়টোক প্ৰত্যাহ্বান জনাব বুলি জানিবলৈ দিছিল।

লগতে পঢ়ক: জগৰ একেই ফেচবুক প’ষ্ট! বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে বিতুপন চাংমাইৰ

দোষী সাৱ্যস্ত কৰা নিৰ্দেশটোত কোৱা হৈছিল যে উন্নয়নমূলক কামৰ বাবে আৱণ্টন কৰা ১৩৭.১০ লাখ টকা দোষী নেতাসকলৰ দ্বাৰা অপব্যৱহাৰ কৰা হৈছিল।

মিজোৰামৰ দোষী সাব্যস্ত চাকমা নেতাসকলে এই ধন আগতীয়া দৰমহা হিচাপে মোকলাই নিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd