DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জগৰ একেই ফেচবুক প’ষ্ট! বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে বিতুপন চাংমাইৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
July 25, 2022 2:40 pm
ফেচবুক প'ষ্টৰ বাবে গ্ৰেপ্তাৰ হোৱা বিতুপন চাংমাই (ফাইল ফটো) আৰু মুক্তিৰ অপেক্ষাত মাতৃ। ফটো: নৰ্থইষ্ট নাও।

ফেচবুক প'ষ্টৰ বাবে গ্ৰেপ্তাৰ হোৱা বিতুপন চাংমাই (ফাইল ফটো) আৰু মুক্তিৰ অপেক্ষাত মাতৃ। ফটো: নৰ্থইষ্ট নাও।

131
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মাতৃৰ হিয়া ধাকুৰা কান্দোন। কাৰণ পুত্ৰই কটাইছে বন্দিত্বৰ জীৱন। মুখ্যমন্ত্ৰীলৈ মাতৃৰ কাতৰ আহ্বান মুকলি কৰি দিয়ক তেওঁৰ একমাত্ৰ পুত্ৰক।

বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে শিৱসাগৰৰ বিতুপন চাংমাইৰ।

প্ৰায় দুটা মাহ কাৰাবন্দী হৈ আছে শিৱসাগৰ জিলাৰ আমগুৰিৰ বালিপথাৰৰ ২৩ বছৰীয়া যুৱক বিতুপন চাংমাই। বৰ্ষাশ্ৰীৰ দৰে দোষ একেই, ফেচবুকৰ পোষ্ট।

লগতে পঢ়ক: Assam may face LPG shortage: ৰন্ধন গেছৰ নাটনি! এল পি জি পৰিবহন সংস্থাৰ ধৰ্মঘটৰ ফলত আৱদ্ধ চিলিণ্ডাৰ কঢ়িওৱা বাহন

 অসম আৰক্ষীৰ এতিয়া যেন শেনচকু পৰিছে সামাজিক মাধ্যম ফেচবুকৰ ওপৰত। ফেচবুকত পোষ্ট কৰোতে সাৱধান হওক আপুনিও।

ফেচবুকত কবিতা লিখি প্ৰায় দুমাহ কাৰাবন্দী হৈ থকা টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ সেই বিশেষ কবিতাটোত কমেন্টত কথা পতাৰ বাবেই বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ পিছদিনাই আমগুৰি আৰক্ষীয়ে বিতুপনক ঘৰৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰে।

আজি প্ৰায় দুটা মাহ কাৰাগাৰত বন্দী হৈ আছে বিতুপন। বৰ্ষাশ্ৰীৰ মুক্তিৰ পিছতেই এতিয়া চৰ্চালৈ আহিছে বিতুপনৰ মুক্তিৰ দাবী।

পুত্ৰ ঘৰলৈ উভতি আহিব বুলি প্ৰতিদিনে আশাৰে বাট চাই থকা বিতুপনৰ পিতৃ-মাতৃৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ যে তেওঁলোকৰ একমাত্ৰ পুত্ৰক মুকলি কৰি দিয়ে যেন।

লগতে পঢ়ক:Asam Sahitya Sabha: অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সম্পন্ন; বিত্তীয় কেলেংকাৰীকলৈ সৰৱ একাংশ সদস্য

ইপিনে বিতুপনৰ মুক্তিৰ বাবে দাবী জনাইছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে।

বিতুপনৰ মুক্তিৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াত সহায় কৰাৰ আশ্বাস দিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে।

Recent News

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd