DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2022 11:29 am
New case against Lalu Prasad Yadav
138
VIEWS
Share on FacebookShare on Twitter

পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰাৰ কিছুদিন পিছতে এইবাৰ আন এক দুৰ্নীতিৰ গোচৰত সাঙুৰ খাইছে লালু প্ৰসাদ যাদৱ। আৰ জে ডিৰ মুৰব্বী লালুৰ বিৰুদ্ধে ২০০৪ ৰ পৰা ২০০৯ চনৰ ভিতৰত ৰে’ল মন্ত্ৰীত্বৰ কালত নিযুক্তিত অনিয়মৰ অভিযোগত এটা নতুন দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে চি বি আই- এ।

যাদৱৰ উপৰিও তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী, কন্যা তথা ৰাজ্যসভাৰ সাংসদ মিছা ভাৰতী আৰু পৰিয়ালৰ আন কিছু সদস্যক এই নতুন গোচৰত অভিযুক্ত হিচাপে অভিযোগ দাখিল কৰা হৈছে।

চিবিআই- য়ে আজি পুৱাৰে এই গোচৰ সন্দৰ্ভত লালু প্ৰসাদ যাদৱৰ বাসভৱনকে ধৰি ১৫ টা স্থানত তালাচী চলাইছে।

চিবিআইৰ অভিযোগ অনুসৰি ৰে’ল মন্ত্ৰীত্বৰ কালত লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰে’লৱেৰ চাকৰি দিয়াৰ বাবে ভূমি আৰু আন সম্পত্তি উৎকোচ হিচাপে গ্ৰহণ কৰিছিল।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত ১৩৯ কোটি টকাৰ ডৰাণ্ডা ট্ৰেজাৰী কেলেংকাৰী গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালুক জামিন প্ৰদান কৰিছিল। চিবিআইৰ এখন বিশেষ আদালতে ফেব্ৰুৱাৰীত উক্ত গোচৰত পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখটকাৰ জৰিমনা আৰোপ কৰিছিল।

আনহাতে লালুৰ বিৰুদ্ধে এই নতুন গোচৰক ষড়যন্ত্ৰ আখ্যা দিছে আৰজেডি- এ। দলটোৰ বিধায়ক ড০ মুকেশ ৰোশনে লালু যাদৱ আৰু তেজস্বী যাদৱৰ জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়ে শাসকীয় দলে এই ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰে।

আনহাতে দলৰ এগৰাকী জ্যেষ্ঠ নেতা আলোক মেহতাই এয়া বিৰোধী দলক শেষ কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। তেওঁ কয় যে এই অভিযোগৰ কোনো ভিত্তি নাই। শাসকপক্ষক কৰা সমালোচনা নীৰৱ কৰিবলৈকে এই গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd