• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

CBSE ২০২১ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা : কেনেকৈ লাভ কৰিব পৰীক্ষাৰ পাঠ্যক্ৰম, এডমিট আদি?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2020 8:52 pm

1 min read

941678-cbse
901
VIEWS
Share on FacebookShare on Twitter

কিছুদিনৰ পূৰ্বে CBSE ২০২১ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ব’ৰ্ডে ঘোষণা কৰিছিল।

ইয়াৰ পিছতে আজি ব’ৰ্ডে CBSE ২০২১ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পাঠ্যক্ৰম, পৰীক্ষাৰ সূচী তথা দিন আৰু প্ৰৱেশ পত্ৰ পৰীক্ষাৰ্থীয়ে কেনেকৈ লাভ কৰিব তাৰ বিষয়ে অৱগত কৰিছে।

এক সূত্ৰৰ মতে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই পৰীক্ষাৰ্থীসকলে CBSEৰ অফিচিয়েল ৱেবচাইটত লাভ কৰিবলৈ সক্ষম হ’ব পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ লগতে পৰীক্ষাৰ দিন তথা সূচী।

সূত্ৰটোৰ মতে ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া আৰু অনিয়মীয়া পৰীক্ষাৰ্থীৰ বাবে পৃথকে পৃথকে প্ৰৱেশ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে।

নিয়মীয়া পৰীক্ষাৰ্থীসকলে নিজ নিজ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু অনিয়মীয়া পৰীক্ষাৰ্থীসকলে ব’ৰ্ডৰ ৱেবচাইটৰ পৰা ডাউনল’ড কৰিব লাগিব বুলি জানিব পৰা গৈছে।

ইফালে ব’ৰ্ডৰ অফিচিয়েল ৱেবচাইটত পৰৱৰ্তী সময়ত পৰীক্ষা দিন তথা সূচী আৰু পাঠ্যক্ৰমো প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে ক’ৰ’ণা মহামাৰীৰ বাবে এইবাৰ দুয়োটা পৰীক্ষাৰে পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে।

ইফালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাঙ্কে অহা ১০ ডিচেম্বৰত ভিডিঅ’ কনফাৰেন্সৰ যোগে ব’ৰ্ডৰ অধীনস্থ দুয়োটা পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰাৰ কথা।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd