• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজি ঘোষণা কৰিব চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ স্থগিত পৰীক্ষাৰ সূচী : ১ জুনৰ পৰা হোৱাৰ সম্ভাৱনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 3:33 pm

2 min read

CBSE
2.3k
VIEWS
Share on FacebookShare on Twitter

চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ স্থগিত পৰীক্ষাৰ সূচী আজি ঘোষণা কৰা হ’ব।

এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰীয়াল নিশাঙ্কে।

নিজৰ টুইটাৰ একাউন্টত এক টুইটৰ যোগে এই কথা জনাইছে কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে।

Attention Students!
Releasing the date sheet for #CBSE Board Examinations for Class 10th and 12th today at 5.00 pm.
Stay tuned for more details…#IndiaFightsCOVID19@PMOIndia @HMOIndia @HRDMinistry @mygovindia @SanjayDhotreMP @cbseindia29 @PIB_India @MIB_India @DDNewslive

— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) May 16, 2020

টুইটত মন্ত্ৰী গৰাকীয়ে কয় যে, “শিক্ষাৰ্থীসকল শুনা, চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সূচী আজি সন্ধিয়া ৫ বজাত মুকলি কৰা হ’ব। সবিশেষ জানিবলৈ অপেক্ষা কৰা।”

স্থগিত থকা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অহা ১ৰপৰা ১৫ জুনলৈ অনুষ্ঠিত হোৱাৰ কথা। অবশ্যে পৰক্ষীৰ সূচীখন সন্ধিয়া ৫ বজাতহে উপলব্ধ হ’ব।

উল্লেখ্য যে, দেশত ক’ৰ’না প্ৰতিৰোধৰ বাবে মানৱ সম্পদ মন্ত্ৰালয়ে দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ বাকী থকা পৰীক্ষাসমূহ স্থগিত ৰাখিছিল।

ইয়াৰ পিছতে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ল’কডাউন ঘোষণা কৰাৰ পিছত বাকী পৰীক্ষাসূহ অনিশ্চয়তাৰ গহ্বত সোমাই পৰিছিল।

আজি কেন্দ্রীয় মানৱ সম্পদ মন্ত্ৰী গৰাকীৰ এই ঘোষণা কৰাৰ পিছত এই অনিশ্চয়তাৰ অৱসান ঘটিব।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd