• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৱম-দশম শ্ৰেণীত পঢ়িব লাগিব ৩ টাকৈ ভাষা! ১ জুলাইৰ পৰা চিবিএছইৰ নতুন নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 6:44 pm
191
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইয়ে সমাগত ১ জুলাইৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আধাৰ ২০২৩-ৰ সৈতে সংগতি ৰাখি পৰিষদখনে এই নতুন ত্ৰি-ভাষা নীতিৰ কথা ঘোষণা কৰিছে। এই নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া তিনিটা ভাষাৰ ভিতৰত অন্ততঃ দুটা ভাষা থলুৱা ভাৰতীয় ভাষা হোৱাটো বাধ্যতামূলক। অৱশ্যে দশম শ্ৰেণীৰ ব‘ৰ্ডৰ পৰীক্ষাত এই তৃতীয় ভাষাটোৰ কোনো বাহ্যিক মূল্যায়ন বা পৰীক্ষা অনুষ্ঠিত নহ‘ব, বৰঞ্চ বিদ্যালয় পৰ্যায়তেই ইয়াৰ আভ্যন্তৰীণ মূল্যায়ন কৰা হ‘ব বুলি পৰিষদে স্পষ্ট কৰি দিছে।

চিবিএছইয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত থকা অতিৰিক্ত শৈক্ষিক হেঁচা হ্ৰাস কৰিবলৈ আৰু কেৱল শিক্ষাগ্ৰহণৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈকে তৃতীয় ভাষাটোৰ বাবে দশম শ্ৰেণীত ব‘ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। পৰিষদৰ প্ৰমাণপত্ৰত এই ভাষাৰ প্ৰদৰ্শন কেৱল বিদ্যালয়ে প্ৰদান কৰা আভ্যন্তৰীণ নম্বৰৰ ভিত্তিতহে সন্নিৱিষ্ট কৰা হ‘ব। আনহাতে, যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে বিদেশী ভাষা অধ্যয়ন কৰিব বিচাৰে, তেন্তে তেওঁলোকে আন দুটা ভাষা ভাৰতীয় হিচাপে বাছনি কৰিব লাগিব অথবা বিদেশী ভাষাটোক চতুৰ্থ ভাষা হিচাপেহে গ্ৰহণ কৰিব পাৰিব। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী, ভাৰতত অধ্যয়নৰত বিদেশী শিক্ষাৰ্থী আৰু বিদেশত থকা চিবিএছই অনুমোদিত বিদ্যালয়সমূহৰ বাবে এই নীতিৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে।

Apply Now

এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমান থকা আন্তঃগাঁথনিমূলক প্ৰত্যাহ্বানসমূহক লৈ একাংশ শিক্ষাবিদে ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে। বৰ্তমান সময়লৈকে মাধ্যমিক পৰ্যায়ৰ বাবে তৃতীয় ভাষাৰ কোনো নিৰ্দিষ্ট পাঠ্যপুথি প্ৰস্তুত হৈ উঠা নাই। সেয়েহে পৰিষদে নিৰ্দিষ্ট পাঠ্যক্ৰম প্ৰস্তুত নোহোৱালৈকে বিদ্যালয়সমূহক ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি আৰু স্থানীয় গল্প, কবিতা আদিৰ সহায় লৈ পাঠদান অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে। ইয়াৰ লগতে, বিদ্যালয়সমূহত থকা ভাষা শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবে চিবিএছইয়ে ওচৰৰ বিদ্যালয়ৰ সৈতে শিক্ষক বিনিময় কৰা, ভাৰ্চুৱেল বা হাইব্ৰিড মাধ্যমৰ ব্যৱহাৰ কৰা আৰু প্ৰয়োজনসাপেক্ষে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সেৱা গ্ৰহণ কৰাৰো এক অস্থায়ী ব্যৱস্থাৰ অনুমতি প্ৰদান কৰিছে। আগন্তুক ৩০ জুনৰ ভিতৰত সকলো বিদ্যালয়ক চিবিএছইৰ ‘OASIS’ প‘ৰ্টেলত তেওঁলোকৰ ভাষা বাছনিৰ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd